Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (39) Sura: Suratu Al'naba'i
ذٰلِكَ الْیَوْمُ الْحَقُّ ۚ— فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ مَاٰبًا ۟
তোমালোকৰ আগত যি দিনৰ কথা বৰ্ণনা কৰা হৈছে সেয়া সেই দিন যাৰ অৱস্থিতিত কোনো সন্দেহ নাই। গতিকে যিয়ে সেই দিনত আল্লাহৰ শাস্তিৰ পৰা মুক্তি পাব বিচাৰে সি যেন আল্লাহক সন্তুষ্ট কৰা সত্কৰ্মৰ পথ বিচাৰি লয়।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• التقوى سبب دخول الجنة.
তাক্বৱা বা আল্লাহ ভীতি হৈছে জান্নাত প্ৰাপ্তিৰ অন্যতম কাৰণ।

• تذكر أهوال القيامة دافع للعمل الصالح.
ক্বিয়ামতৰ ভয়াৱহ দৃশ্যবোৰৰ স্মৰণে সৎ কৰ্ম কৰাত প্ৰেৰণা যোগায়।

• قبض روح الكافر بشدّة وعنف، وقبض روح المؤمن برفق ولين.
কাফিৰ সকলৰ প্ৰাণ কঠোৰ ভাৱে আৰু মুমিন সকলৰ প্ৰাণ সহজ ভাৱে কবজ কৰা হয়।

 
Fassarar Ma'anoni Aya: (39) Sura: Suratu Al'naba'i
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa