Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (70) Sura: Al'anfal
یٰۤاَیُّهَا النَّبِیُّ قُلْ لِّمَنْ فِیْۤ اَیْدِیْكُمْ مِّنَ الْاَسْرٰۤی ۙ— اِنْ یَّعْلَمِ اللّٰهُ فِیْ قُلُوْبِكُمْ خَیْرًا یُّؤْتِكُمْ خَیْرًا مِّمَّاۤ اُخِذَ مِنْكُمْ وَیَغْفِرْ لَكُمْ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟
হে নবী! বদৰৰ দিনা যিসকল মুশ্বৰিক আপোনাৰ হাতত বন্দী হৈ আহিছে সিহঁতক কৈ দিয়কঃ যদি তোমালোকৰ অন্তৰত অকণো কল্যাণ থাকে আৰু সৎমানসিকতা থাকে তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পৰা লোৱা মুক্তিপণৰ পৰিবৰ্তে উত্তম বস্তু দান কৰিব। সেয়ে তোমালোকৰ পৰা যি মুক্তিপণ লোৱা হৈছে তাৰ বাবে দুখী নহ'বা। আল্লাহে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব। অৱশ্যে আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল, আৰু তেওঁলোকৰ প্ৰতি কৃপাকাৰী। আৰু আল্লাহৰ এই প্ৰতিশ্ৰুতি সত্যৰূপে বাস্তৱায়ন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুড়া আব্বাছ ৰাদ্বিয়াল্লাহু আনহু আৰু আন আন লোকসকলৰ ক্ষেত্ৰত, যিসকলে ইছলাম গ্ৰহণ কৰিছিল।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• يجب على المؤمنين ترغيب الأسرى في الإيمان.
মুমিনসকলে কয়েদীসকলক ঈমানৰ প্ৰতি উৎসাহিত কৰা উচিত।

• تضمنت الآيات بشارة للمؤمنين باستمرار النصر على المشركين ما داموا آخذين بأسباب النصر المادية والمعنوية.
উক্ত আয়াতবোৰত মুমিনসকলক এই কথাৰ শিক্ষা দিয়া হৈছে যে, তেওঁলোকে যেতিয়ালৈকে আল্লাহৰ সহায় লাভৰ উপায়সমূহ মজবুত ভাৱে ধাৰণ কৰি থাকিব, তেতিয়ালৈকে তেওঁলোকে আল্লাহৰ সহায় পাই থাকিব।

• إن المسلمين إذا لم يكونوا يدًا واحدة على أهل الكفر لم تظهر شوكتهم، وحدث بذلك فساد كبير.
যেতিয়ালৈকে মুছলিমসকলে কাফিৰসকলৰ বিৰুদ্ধে একত্ৰিত নহ'ব, তেতিয়ালৈকে তেওঁলোকৰ শক্তি প্ৰকাশ নাপাব, এনেকুৱা নহ'লে মহা বিপৰ্যয় সৃষ্টি হ'ব।

• فضيلة الوفاء بالعهود والمواثيق في شرعة الإسلام، وإن عارض ذلك مصلحة بعض المسلمين.
ইছলামত সন্ধি তথা প্ৰতিশ্ৰুতি পূৰণৰ মহত্ব, যদিও কিছুমান মুছলিমৰ ক্ষেত্ৰত অসুবিধা নহওঁক কিয়।

 
Fassarar Ma'anoni Aya: (70) Sura: Al'anfal
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa