Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (41) Sura: Al'taubah
اِنْفِرُوْا خِفَافًا وَّثِقَالًا وَّجَاهِدُوْا بِاَمْوَالِكُمْ وَاَنْفُسِكُمْ فِیْ سَبِیْلِ اللّٰهِ ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟
হে মুমিনসকল! আল্লাহৰ পথত জিহাদ কৰিবলৈ ওলাই পৰা। দুখত থকা অথবা সুখত, যুৱক হোৱা অথবা বৃদ্ধ। নিজৰ জান মালৰ সৈতে জিহাদ কৰা। কিয়নো ঘৰত বহি থাকি সম্পদ সংৰক্ষণ কৰাতকৈ নিজৰ জান মালৰ সৈতে জিহাদৰ বাবে ওলাই যোৱাটো হৈছে অধিক লাভদায়ক। যদি তোমালোকে এই বিষয়ে অৱগত তেন্তে ইয়াৰ প্ৰতি আগুৱাই যোৱা।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• وجوب الجهاد بالنفس والمال كلما دعت الحاجة.
প্ৰয়োজন হ'লে জান মালৰ সৈতে জিহাদ কৰা অপৰিহাৰ্য।

• الأيمان الكاذبة توجب الهلاك.
মিছা শপত, বিনাশৰ কাৰণ।

• وجوب الاحتراز من العجلة، ووجوب التثبت والتأني، وترك الاغترار بظواهر الأمور، والمبالغة في التفحص والتريث.
খৰখেদাৰ পৰা বিৰত থকা, স্থিৰতা আৰু অটল থকা, প্ৰকাশ্য বিষয়ৰ প্ৰৱঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰা লগতে যিকোনো বিষয়ে উত্তমভাৱে পৰীক্ষা নিৰীক্ষা কৰা অনিবাৰ্য।

• من عناية الله بالمؤمنين تثبيطه المنافقين ومنعهم من الخروج مع عباده المؤمنين، رحمة بالمؤمنين ولطفًا من أن يداخلهم من لا ينفعهم بل يضرهم.
এয়া মুমিন বান্দাসকলৰ ওপৰত আল্লাহৰ অনুগ্ৰহ যে, তেওঁ মুনাফিকসকলক ভাৰাক্ৰান্ত কৰিছে আৰু সিহঁতক তেওঁৰ মুমিন বান্দাসকলৰ লগত ওলাবলৈ দিয়া নাই, যাতে তেওঁলোকৰ লগত এনেকুৱা লোক চামিল হ'ব নোৱাৰে, যিসকলৰ উপস্থিতিয়ে উপকাৰৰ পৰিবৰ্তে অপকাৰহে সাধন কৰিব।

 
Fassarar Ma'anoni Aya: (41) Sura: Al'taubah
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa