Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (1) Sura: Al'shams

আশ্ব-শ্বামচ

daga cikin abunda Surar ta kunsa:
التأكيد بأطول قسم في القرآن، على تعظيم تزكية النفس بالطاعات، وخسارة دسّها بالمعاصي.
কোৰআনত বৰ্ণিত আটাইতকৈ দীঘল শপত, যিটো খোৱাৰ পিছত আল্লাহে আনুগত্য তথা নেক কৰ্মৰ জৰিয়তে অন্তৰক পৱিত্ৰ ৰখাৰ প্ৰতি তাগিদ কৰিছে, আৰু গুনাহৰ জৰিয়তে ইয়াক কলুষিত কৰিলে ক্ষতিগ্ৰস্ত হ'ব বুলি উল্লেখ কৰিছে।

وَالشَّمْسِ وَضُحٰىهَا ۟
আল্লাহ তাআলাই সূৰ্যৰ আৰু পূৰ্ব দিশত উদয় হোৱা সময়ৰ শপত কৰিছে।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• أهمية تزكية النفس وتطهيرها.
আত্মা পৱিত্ৰ কৰাৰ মহত্ব।

• المتعاونون على المعصية شركاء في الإثم.
পাপ কৰ্মৰ প্ৰতি সহায়- সহযোগ কৰা ব্যক্তিও পাপ কৰ্মৰ সমানেই অংশীদাৰ।

• الذنوب سبب للعقوبات الدنيوية.
পাৰ্থিৱ শাস্তিৰ এটা কাৰণ হৈছে পাপ।

• كلٌّ ميسر لما خلق له فمنهم مطيع ومنهم عاصٍ.
প্ৰত্যেক ব্যক্তিৰ কাৰণে সেই কাম সহজ কৰি দিয়া হয়, যাৰ কাৰণে তাক সৃষ্টি কৰা হৈছে।

 
Fassarar Ma'anoni Aya: (1) Sura: Al'shams
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa