Fassarar Ma'anonin Alqura'ni - Fassarar Asamiyanci - Rafiƙul-Islam Habib al-Rahman

external-link copy
170 : 3

فَرِحِیْنَ بِمَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ ۙ— وَیَسْتَبْشِرُوْنَ بِالَّذِیْنَ لَمْ یَلْحَقُوْا بِهِمْ مِّنْ خَلْفِهِمْ ۙ— اَلَّا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟ۘ

আল্লাহে তেওঁলোকক যি অনুগ্ৰহ প্ৰদান কৰিছে তাকলৈ তেওঁলোক আনন্দিত, আৰু তেওঁলোকে তেওঁলোকৰ পিছফালে এৰি থৈ যোৱা সেইসকল লোকৰ বিষয়েও আনন্দিত হয় যিসকলে এতিয়াও তেওঁলোকৰ সৈতে মিলিত হোৱা নাই, এইকাৰণে যে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব। info
التفاسير: