Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

ক্বুৰাইশ্ব

Интенциите на ова поглавје/сура:
بيان نعمة الله على قريش وحق الله عليهم.
কুৰাইশ্বসকলৰ প্ৰতি আল্লাহে কৰা অনুগ্ৰহ আৰু সিহঁতৰ প্ৰতি আল্লাহৰ অধিকাৰৰ বৰ্ণনা। info

external-link copy
1 : 106

لِاِیْلٰفِ قُرَیْشٍ ۟ۙ

কুৰাইশ্বৰ অভ্যাস আৰু নীতি বনাই লোৱাৰ কাৰণে। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• أهمية الأمن في الإسلام.
ইছলামত শান্তিৰ মহত্ব আৰু গুৰুত্ব। info

• الرياء أحد أمراض القلوب، وهو يبطل العمل.
মানুহক দেখুৱাবলৈ কৰা কৰ্ম হৈছে অন্তৰৰ ব্যাধিৰ অন্যতম। যিয়ে মানুহৰ আমল ধ্বংস কৰি পেলায়। info

• مقابلة النعم بالشكر يزيدها.
আল্লাহৰ অনুগ্ৰহৰ প্ৰতি কৃতজ্ঞতা পালন কৰিলে সেয়া আৰু বৃদ্ধি হয়। info

• كرامة النبي صلى الله عليه وسلم على ربه وحفظه له وتشريفه له في الدنيا والآخرة.
আল্লাহৰ ওচৰত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যদা, তেওঁৰ তৰফৰ পৰা ৰাছুলক সুৰক্ষা প্ৰদান আৰু পৃথিৱী আৰু পৰকালত তেখেতক প্ৰতিষ্ঠা কৰা। info