Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
33 : 11

قَالَ اِنَّمَا یَاْتِیْكُمْ بِهِ اللّٰهُ اِنْ شَآءَ وَمَاۤ اَنْتُمْ بِمُعْجِزِیْنَ ۟

নূহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ মই শাস্তি আনিব নোৱাৰিম। আল্লাহে ইচ্ছা কৰিলেহে সেইটো তোমালোকৰ ওপৰত অৱতীৰ্ণ হ'ব। এতেকে তেওঁ যদি তোমালোকক শাস্তি বিহিব বিচাৰে তেন্তে তোমালোকে কেতিয়াও তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পাব নোৱাৰা। info
التفاسير:
Придобивки од ајетите на оваа страница:
• عفة الداعية إلى الله وأنه يرجو منه الثواب وحده.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলৰ অন্তৰৰ পৱিত্ৰতাৰ বৰ্ণনা, আৰু তেওঁলোকে ইয়াৰ প্ৰতিফল কেৱল আল্লাহৰ ওচৰতেই কামনা কৰে। info

• حرمة طرد فقراء المؤمنين، ووجوب إكرامهم واحترامهم.
দুখীয়া মুমিনসকলক হীন চকুৰে চোৱা হাৰাম, তথা তেওঁলোকক সন্মান কৰা অনিবাৰ্য। info

• استئثار الله تعالى وحده بعلم الغيب.
গায়েব অৰ্থাৎ অদৃশ্য বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতে সীমাবদ্ধ ৰাখিছে। info

• مشروعية جدال الكفار ومناظرتهم.
কাফিৰসকলৰ লগত তৰ্ক-বিতৰ্ক কৰা তথা বাদানুবাদ কৰা বৈধ। info