Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
76 : 11

یٰۤاِبْرٰهِیْمُ اَعْرِضْ عَنْ هٰذَا ۚ— اِنَّهٗ قَدْ جَآءَ اَمْرُ رَبِّكَ ۚ— وَاِنَّهُمْ اٰتِیْهِمْ عَذَابٌ غَیْرُ مَرْدُوْدٍ ۟

ফিৰিস্তাসকলে ক'লেঃ হে ইব্ৰাহীম! লূত আলাইহিছ ছালামৰ জাতিৰ বিষয়ে বিতৰ্ক এৰক। নিশ্চয় আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা আদেশ আহিছে, আৰু সেই শাস্তি অৱশ্যে সিহঁতৰ ওপৰত অৱধাৰিত হ'ব যিটো সিহঁতৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে লূত সম্প্ৰদায়ৰ ওপৰত মহাশাস্তিৰ আগমন ঘটিব। এতেকে সেই শাস্তি প্ৰাৰ্থনাৰ জৰিয়তেও আঁতৰ নহ'ব আৰু কোনো আবেদন অনুৰোধৰ দ্বাৰাও নহয়। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• بيان فضل ومنزلة خليل الله إبراهيم عليه السلام، وأهل بيته.
আল্লাহৰ মিত্ৰ ইব্ৰাহীম আলাইহিছ ছালাম আৰু তেওঁৰ পৰিয়ালৰ শ্ৰেষ্ঠতা আৰু উচ্চ মৰ্যাদাৰ বৰ্ণনা। info

• مشروعية الجدال عمن يُرجى له الإيمان قبل الرفع إلى الحاكم.
যদি ঈমান পোষণ কৰাৰ কোনো আশা থাকে তেন্তে তাৰ বিষয়টো পদাধিকাৰীৰ ওচৰত যোৱাৰ আগতে সেই বিষয়ে আলোচনা কৰা বৈধ। info

• بيان فظاعة وقبح عمل قوم لوط.
লূত সম্প্ৰদায়ৰ কুকৰ্ম আৰু জঘন্য অপৰাধৰ বৰ্ণনা। info