Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
17 : 14

یَّتَجَرَّعُهٗ وَلَا یَكَادُ یُسِیْغُهٗ وَیَاْتِیْهِ الْمَوْتُ مِنْ كُلِّ مَكَانٍ وَّمَا هُوَ بِمَیِّتٍ ؕ— وَمِنْ وَّرَآىِٕهٖ عَذَابٌ غَلِیْظٌ ۟

সি সেইটো বাৰে বাৰে খোৱাৰ চেষ্টা কৰিব, কিন্তু ইয়াৰ তিতা ভাৱ, উষ্ণতা আৰু দুৰ্গোন্ধৰ কাৰণে গিলিব নোৱাৰিব। কঠোৰতকৈ কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ ফলত কেউফালৰ পৰা সি কেৱল মৃত্যু দেখিব, কিন্তু ৰক্ষা পাবলৈ সি কেতিয়াও মৃত্যুবৰণ কৰিব নোৱাৰিব। বৰং জীৱিত থাকিব আৰু শাস্তি ভোগ কৰি থাকিব। তাৰ সন্মুখত আৰু এটা অপেক্ষামান কঠোৰ শাস্তি আছে। info
التفاسير:
Придобивки од ајетите на оваа страница:
• أن الأنبياء والرسل بشرٌ من بني آدم، غير أن الله تعالى فضلهم بحمل الرسالة واصطفاهم لها من بين بني آدم.
নিশ্চয় নবী আৰু ৰাছুলসকলো আদম সন্তান তথা মানৱ। যদিও আল্লাহে তেওঁলোকক নবুওৱত প্ৰদান কৰি শ্ৰেষ্ঠতা প্ৰদান কৰিছে, তথা আদম সন্তানৰ মাজৰ পৰা তেওঁলোকক এই কৰ্মৰ বাবে নিৰ্বাচিত কৰিছে। info

• على الداعية الذي يريد التغيير أن يتوقع أن هناك صعوبات جَمَّة سوف تقابله، ومنها الطرد والنفي والإيذاء القولي والفعلي.
সমাজত পৰিবৰ্তন কামী দাঈসকলে এইটো মনত ৰখা উচিত যে, তেওঁলোক নিশ্চিতভাৱে কিছুমান বাধাৰ সন্মুখীন হ'ব, যেনে- একাঘৰীয়া, দেশৰ পৰা বহিষ্কাৰ, কথা আৰু কৰ্মৰ দ্বাৰা নিৰ্যাতন আদি। info

• أن الدعاة والصالحين موعودون بالنصر والاستخلاف في الأرض.
দাঈ আৰু পূণ্যৱান লোকসকলক সহায়ৰ আৰু পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। info

• بيان إبطال أعمال الكافرين الصالحة، وعدم اعتبارها بسبب كفرهم.
কাফিৰসকলৰ কুফুৰীৰ কাৰণে সিহঁতৰ যাৱতীয় নেক আমল ব্যৰ্থ তথা মূল্যহীন। info