Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
109 : 21

فَاِنْ تَوَلَّوْا فَقُلْ اٰذَنْتُكُمْ عَلٰی سَوَآءٍ ؕ— وَاِنْ اَدْرِیْۤ اَقَرِیْبٌ اَمْ بَعِیْدٌ مَّا تُوْعَدُوْنَ ۟

ইয়াৰ পিছতো যদি ইহঁতে আপুনি লৈ অহা বাৰ্তাৰ পৰা বিমুখ হয় তেন্তে হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ মই তোমালোকক জনাই দিছোঁ, শাস্তি আহিবলৈ কিমান সময় বাকী আছে সেই বিষয়টোৰ ক্ষেত্ৰত তোমালোক আৰু মই সমান। মই ডাঠি ক'ব নোৱাৰোঁ আল্লাহে প্ৰতিশ্ৰুতি দিয়া শাস্তিটো কেতিয়া আহিব। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• الصلاح سبب للتمكين في الأرض.
সদাচাৰিতা হৈছে পৃথিৱীত প্ৰতিষ্ঠা লাভ কৰাৰ অন্যতম কাৰণ। info

• بعثة النبي صلى الله عليه وسلم وشرعه وسنته رحمة للعالمين.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰণ, তেওঁৰ চৰীয়ত আৰু তেওঁৰ ছুন্নত সকলো সৃষ্টিৰ বাবে ৰহমত। info

• الرسول صلى الله عليه وسلم لا يعلم الغيب.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম গায়েবী জ্ঞান সম্পৰ্কে অৱগত নহয়। info

• علم الله بما يصدر من عباده من قول.
বান্দাৰ মুখৰ পৰা উলিওৱা সকলো কথা সম্পৰ্কে আল্লাহ সম্যক অৱগত। info