Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
101 : 23

فَاِذَا نُفِخَ فِی الصُّوْرِ فَلَاۤ اَنْسَابَ بَیْنَهُمْ یَوْمَىِٕذٍ وَّلَا یَتَسَآءَلُوْنَ ۟

এতেকে শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যেতিয়া দ্বিতীয়বাৰ শিঙাত ফুঁ মাৰিব, প্ৰকৃততে সেই ফুঁ দিয়াৰ অৰ্থ হ'ব কিয়ামতৰ জাননী। তেতিয়া সিহঁত কিয়ামতৰ ভয়াৱহ পৰিস্থিতিত এনেকৈ বিলিন হৈ যাব যে, নিজৰ বংশকলৈ গৌৰৱ কৰাৰো সুযোগ নাথাকিব। প্ৰত্যেকেই নিজকলৈ ইমান ব্যস্ত থাকিব যে, আনক সোধ-পোচ কৰাৰো সময় নাপাব। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• الاستدلال باستقرار نظام الكون على وحدانية الله.
বিশ্বজগতৰ শৃঙ্খলাবদ্ধ পৰিচালনাই আল্লাহৰ একত্ব প্ৰমাণ কৰে (অৰ্থাৎ তেওঁ একক, অদ্বিতীয়)। info

• إحاطة علم الله بكل شيء.
আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। info

• معاملة المسيء بالإحسان أدب إسلامي رفيع له تأثيره البالغ في الخصم.
দুৰ্ব্যৱহাৰকাৰী ব্যক্তিৰ লগত ভাল ব্যৱহাৰ কৰাটো হৈছে ইছলামৰ সুউচ্চ শিষ্টাচাৰৰ এটা অংশ, সন্মুখৰ ব্যক্তিৰ ওপৰত এনেকুৱা ব্যৱহাৰে ভাল প্ৰভাৱ পেলায়। info

• ضرورة الاستعاذة بالله من وساوس الشيطان وإغراءاته.
চয়তানৰ কুমন্ত্ৰণা আৰু প্ৰৰোচনাৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা অত্যান্ত প্ৰয়োজন। info