Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
85 : 23

سَیَقُوْلُوْنَ لِلّٰهِ ؕ— قُلْ اَفَلَا تَذَكَّرُوْنَ ۟

তেতিয়া সিহঁতে ক'বঃ এই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তু একমাত্ৰ আল্লাহৰ। তেতিয়া আপুনি সিহঁতক কওকঃ তেন্তে তোমালোকে বুজি নোপোৱা নেকি যে, পৃথিৱী আৰু ইয়াত থকা সকলো বস্তুৰ যিজন মালিক, তেওঁ তোমালোকক মৃত্যুৰ পিছত জীৱিত কৰি উঠোৱাব নোৱাৰিবনে? info
التفاسير: |
Придобивки од ајетите на оваа страница:
• عدم اعتبار الكفار بالنعم أو النقم التي تقع عليهم دليل على فساد فطرهم.
কাফিৰসকলে নিয়ামত আৰু শাস্তিৰ পৰা শিক্ষা নোলোৱাৰ বিষয়টোৱে প্ৰমাণ কৰে যে, সিহঁতৰ স্বভাৱ বিকৃত হৈছে। info

• كفران النعم صفة من صفات الكفار.
নিয়ামতৰ কৃতজ্ঞতা নকৰাটো হৈছে কাফিৰসকলৰ বিশেষণ। info

• التمسك بالتقليد الأعمى يمنع من الوصول للحق.
অন্ধানুকৰণে সত্যত উপনীত হ'বলৈ বাধা হৈ থিয় দিয়ে। info

• الإقرار بالربوبية ما لم يصحبه إقرار بالألوهية لا ينجي صاحبه.
আল্লাহৰ প্ৰভুত্বক স্বীকাৰ কৰিলেই জাহান্নামৰ পৰা ৰক্ষা পোৱা সম্ভৱ নহয়, যেতিয়ালৈকে একমাত্ৰ আল্লাহক উপাস্য বুলি স্বীকাৰ নকৰিব। info