Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
97 : 23

وَقُلْ رَّبِّ اَعُوْذُ بِكَ مِنْ هَمَزٰتِ الشَّیٰطِیْنِ ۟ۙ

আপুনি দুআ কৰক, হে মোৰ প্ৰতিপালক! মই চয়তানৰ প্ৰৰোচনা আৰু কুমন্ত্ৰণাৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। info
التفاسير:
Придобивки од ајетите на оваа страница:
• الاستدلال باستقرار نظام الكون على وحدانية الله.
বিশ্বজগতৰ শৃঙ্খলাবদ্ধ পৰিচালনাই আল্লাহৰ একত্ব প্ৰমাণ কৰে (অৰ্থাৎ তেওঁ একক, অদ্বিতীয়)। info

• إحاطة علم الله بكل شيء.
আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। info

• معاملة المسيء بالإحسان أدب إسلامي رفيع له تأثيره البالغ في الخصم.
দুৰ্ব্যৱহাৰকাৰী ব্যক্তিৰ লগত ভাল ব্যৱহাৰ কৰাটো হৈছে ইছলামৰ সুউচ্চ শিষ্টাচাৰৰ এটা অংশ, সন্মুখৰ ব্যক্তিৰ ওপৰত এনেকুৱা ব্যৱহাৰে ভাল প্ৰভাৱ পেলায়। info

• ضرورة الاستعاذة بالله من وساوس الشيطان وإغراءاته.
চয়তানৰ কুমন্ত্ৰণা আৰু প্ৰৰোচনাৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা অত্যান্ত প্ৰয়োজন। info