Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
17 : 24

یَعِظُكُمُ اللّٰهُ اَنْ تَعُوْدُوْا لِمِثْلِهٖۤ اَبَدًا اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟ۚ

আল্লাহে তোমালোকক উপদেশ দিয়ে আৰু নিৰ্দেশ দিয়ে যে, এনেকুৱা অপবাদ প্ৰচাৰ ভৱিষ্যতে কেতিয়াও নকৰিবা, আৰু কোনো পৱিত্ৰ ব্যক্তিৰ প্ৰতি কেতিয়াও ব্যাভিচাৰৰ অপবাদ আৰোপ নকৰিবা, যদিহে তোমালোকে আল্লাহৰ প্ৰতি সঁচাই ঈমান পোষণ কৰিছা। info
التفاسير:
Придобивки од ајетите на оваа страница:
• تركيز المنافقين على هدم مراكز الثقة في المجتمع المسلم بإشاعة الاتهامات الباطلة.
মুনাফিকসকলে মিছা অপবাদ প্ৰচাৰ কৰি মুছলিম সমাজৰ বিশ্বস্থ কেন্দ্ৰক বিনষ্ট কৰাৰ সদায় প্ৰয়াস কৰে। info

• المنافقون قد يستدرجون بعض المؤمنين لمشاركتهم في أعمالهم.
মুনাফিকসকলে কেতিয়াবা মুমিনসকলৰ কিছুমানক নিজৰ নিকৃষ্ট কৰ্ম-কাণ্ডত ফচাবলৈ সফল হয়। info

• تكريم أم المؤمنين عائشة رضي الله عنها بتبرئتها من فوق سبع سماوات.
উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক সপ্তম আকাশৰ ওপৰৰ পৰা তেওঁৰ দোষমুক্তৰ ঘোষণাই তেওঁক সন্মানিত কৰিছে। info

• ضرورة التثبت تجاه الشائعات.
সমাজত যধে-মধে প্ৰচাৰিত সংবাদৰ সত্যতা নিৰূপণ কৰাটো অতি আৱশ্যক। info