Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
41 : 26

فَلَمَّا جَآءَ السَّحَرَةُ قَالُوْا لِفِرْعَوْنَ اَىِٕنَّ لَنَا لَاَجْرًا اِنْ كُنَّا نَحْنُ الْغٰلِبِیْنَ ۟

যেতিয়া যাদুকৰসকলে মুছাক পৰাজিত কৰিবলৈ ফিৰআউনৰ ওচৰত আহি উপস্থিত হ’ল, তেতিয়া সিহঁতে তাক ক’লেঃ যদি আমি মুছাক পৰাজিত কৰিবলৈ সক্ষম হওঁ, তেন্তে আমাক আৰ্থিক অথবা নৈতিকভাৱে কোনো পুৰস্কাৰ দিয়া হ’বনে? info
التفاسير: |
Придобивки од ајетите на оваа страница:
• العلاقة بين أهل الباطل هي المصالح المادية.
অসত্যৰ অনুসাৰীসকলৰ মাজত কেৱল আৰ্থিক লাভালাভৰ সম্পৰ্ক পোৱা যায়। info

• ثقة موسى بالنصر على السحرة تصديقًا لوعد ربه.
মুছা আলাইহিচ্ছালাম সম্পূৰ্ণৰূপে আশ্বস্ত আছিল যে, তেওঁ যাদুকৰসকলক পৰাস্ত কৰি বিজয় লাভ কৰিব। কিয়নো নিজ প্ৰতিপালকৰ প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল। info

• إيمان السحرة برهان على أن الله هو مُصَرِّف القلوب يصرفها كيف يشاء.
যাদুকৰসকলৰ ঈমানে এই কথা প্ৰমাণ কৰে যে, নিশ্চয় আল্লাহেই অন্তৰসমূহক নিয়ন্ত্ৰণ কৰে। তেওঁ যিদৰে ইচ্ছা কৰে, সেইদৰেই সঞ্চালিত কৰে। info

• الطغيان والظلم من أسباب زوال الملك.
অন্যায়-অত্যাচাৰ আৰু সীমালঙ্ঘন, এইবোৰ হৈছে ৰাজত্ব হেৰুৱাৰ অন্যতম কাৰণ। info