Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
73 : 28

وَمِنْ رَّحْمَتِهٖ جَعَلَ لَكُمُ الَّیْلَ وَالنَّهَارَ لِتَسْكُنُوْا فِیْهِ وَلِتَبْتَغُوْا مِنْ فَضْلِهٖ وَلَعَلَّكُمْ تَشْكُرُوْنَ ۟

পৱিত্ৰ আল্লাহৰ অসীম কৃপা এই যে, তেওঁ তোমালোকৰ বাবে ৰাতিক অন্ধকাৰ বনাইছে, যাতে দিনৰ বিভিন্ন পৰিশ্ৰমৰ পিছত ৰাতিত বিশ্ৰাম কৰিব পাৰা। আনহাতে দিনক আলোকিত কৰিছে, যাতে জীৱিকা উপাৰ্জনৰ বাবে প্ৰয়াস কৰিব পাৰা। আশা কৰা যায় আল্লাহে তোমালোকৰ প্ৰতি কৰা নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিবা আৰু সেইবোৰ ভোগ কৰি অকৃতজ্ঞ নহ’বা। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• تعاقب الليل والنهار نعمة من نعم الله يجب شكرها له.
দিন-ৰাতিৰ আৱৰ্তন আল্লাহৰ এটা অন্যতম নিয়ামত। ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা অনিবাৰ্য। info

• الطغيان كما يكون بالرئاسة والملك يكون بالمال.
নেতৃত্ব, ৰাজত্বৰ লগতে ধন-সম্পদৰ ফলতো অবাধ্যতা প্ৰকাশ পায়। info

• الفرح بَطَرًا معصية يمقتها الله.
আনন্দিত হৈ অহংকাৰ কৰাটো এনেকুৱা পাপ, যাক আল্লাহে ঘৃণা কৰে। info

• ضرورة النصح لمن يُخاف عليه من الفتنة.
যি ব্যক্তিৰ বিষয়ে ফিতনাগ্ৰস্ত হোৱাৰ আশংকা দেখা দিয়ে, সেই ব্যক্তিক উপদেশ দিয়া জৰুৰী। info

• بغض الله للمفسدين في الأرض.
পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা লোকসকলৰ সৈতে আল্লাহে শত্ৰুতা পোষণ কৰে। info