Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
9 : 29

وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَنُدْخِلَنَّهُمْ فِی الصّٰلِحِیْنَ ۟

যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চিতভাৱে কিয়ামতৰ দিনা আমি তেওঁলোকক পূণ্যৱান লোকসকলৰ তালিকাভুক্ত কৰিম। তেওঁলোকৰ সৈতেই হাচৰৰ ময়দানত একত্ৰিত কৰিম আৰু তেওঁলোকৰ দৰেই তেওঁলোককো প্ৰতিদান দান কৰিম। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• الأعمال الصالحة يُكَفِّر الله بها الذنوب.
সৎকৰ্মৰ দ্বাৰা আল্লাহে গুনাহক প্ৰায়শ্চিত্ত কৰি দিয়ে। info

• تأكُّد وجوب البر بالأبوين.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ তথা সদাচৰণ কৰা অনিবাৰ্য। info

• الإيمان بالله يقتضي الصبر على الأذى في سبيله.
আল্লাহৰ প্ৰতি ঈমানৰ দাবী হৈছে, তেওঁৰ পথত অহা সকলো কষ্ট সহ্য কৰি ধৈৰ্য্য ধাৰণ কৰা। info

• من سنَّ سُنَّة سيئة فعليه وزرها ووزر من عمل بها من غير أن ينقص من أوزارهم شيء.
যি ব্যক্তিয়ে কোনো কুঃপ্ৰথা আৰম্ভ কৰিব, সেই ব্যক্তিয়ে তাৰ গুনাহ নিশ্চয় পাব, কিন্তু তাৰোপৰি যিসকল লোকে সেই প্ৰথা অনুসৰি আমল কৰিব, সিহঁতৰ গুনাহো সি পাই থাকিব। কিন্তু অনুসৰণকাৰীসকলৰ গুনাহত একো হ্ৰাস নহ'ব। info