Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
18 : 36

قَالُوْۤا اِنَّا تَطَیَّرْنَا بِكُمْ ۚ— لَىِٕنْ لَّمْ تَنْتَهُوْا لَنَرْجُمَنَّكُمْ وَلَیَمَسَّنَّكُمْ مِّنَّا عَذَابٌ اَلِیْمٌ ۟

গাওঁবাসীয়ে ৰাছুলসকলক ক’লেঃ আমি তোমালোকক অমঙ্গল বুলি ভাৱোঁ। যদি তোমালোকে আমাক তাওহীদৰ পিনে আহ্বান কৰাৰ পৰা বিৰত নাথাকা তেন্তে আমি তোমালোকক শিল দলিয়াই মৃত্যুদণ্ড বিহিম। তথা আমাৰ ফালৰ পৰা তোমালোকে কষ্টদায়ক শাস্তি ভোগ কৰিবা। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব। info

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য। info

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য। info

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info