Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
150 : 37

اَمْ خَلَقْنَا الْمَلٰٓىِٕكَةَ اِنَاثًا وَّهُمْ شٰهِدُوْنَ ۟

ফিৰিস্তাসকল নাৰী বুলি সিহঁতে কি ভিত্তিত ধাৰণা কৰিলে? অথচ তেওঁলোকক সৃষ্টি কৰাৰ সময়ত সিহঁত উপস্থিত নাছিল, আনকি সিহঁতে তেওঁলোকক সৃষ্টি কৰাও দেখা নাই। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• سُنَّة الله التي لا تتبدل ولا تتغير: إنجاء المؤمنين وإهلاك الكافرين.
আল্লাহৰ নিৰ্ধাৰিত নিয়মত কেতিয়াও পৰিবৰ্তন নহয়। তেওঁৰ নিৰ্ধাৰিত নিয়ম হৈছে, তেওঁ মুমিনসকলক ৰক্ষা কৰে আৰু কাফিৰসকলক ধ্বংস কৰে। info

• ضرورة العظة والاعتبار بمصير الذين كذبوا الرسل حتى لا يحل بهم ما حل بغيرهم.
সেইসকল সম্প্ৰদায়ৰ পৰিণামৰ পৰা উপদেশ গ্ৰহণ কৰা আৱশ্যক, যিসকলে ৰাছুলসকলক অস্বীকাৰ কৰিছিল। যাতে সিহঁতে যি শাস্তিৰ সন্মুখীন হৈছিল, সেই শাস্তিৰ সন্মুখীন হ'বলগীয়া নহয়। info

• جواز القُرْعة شرعًا لقوله تعالى: ﴿ فَسَاهَمَ فَكَانَ مِنَ اْلْمُدْحَضِينَ ﴾.
নাম নিৰ্বাচন কৰিবলৈ লটাৰী কৰা বৈধ। যেনে আল্লাহ তাআলাই কৈছেঃ (فَسَاهَمَ فَكَانَ مِنَ اْلْمُدْحَضِينَ.) info