Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
66 : 37

فَاِنَّهُمْ لَاٰكِلُوْنَ مِنْهَا فَمَالِـُٔوْنَ مِنْهَا الْبُطُوْنَ ۟ؕ

নিশ্চয় কাফিৰসকলে সেই তিক্ত আৰু নিকৃষ্ট ফল ভক্ষণ কৰিব, আৰু তাৰ জৰিয়তে নিজৰ উদৰ ভৰিব। info
التفاسير:
Придобивки од ајетите на оваа страница:
• الظفر بنعيم الجنان هو الفوز الأعظم، ولمثل هذا العطاء والفضل ينبغي أن يعمل العاملون.
জান্নাতৰ নিয়ামত লাভ কৰাটোৱে হৈছে মহাসফলতা। এনেকুৱা প্ৰতিদান আৰু সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত। info

• إن طعام أهل النار هو الزقّوم ذو الثمر المرّ الكريه الطعم والرائحة، العسير البلع، المؤلم الأكل.
জাহান্নামত জাহান্নামীসকলৰ খাদ্য বস্তু হ’ব যাক্কুম গছৰ ফল। যি ফল অত্যন্ত দুৰ্গন্ধযুক্ত তথা অতি উৎকট আৰু তিতা। যিটোক গিলি পেলোৱা কঠিন আৰু ভক্ষণ কৰাও কষ্টদায়ক। info

• أجاب الله تعالى دعاء نوح عليه السلام بإهلاك قومه، والله نعم المقصود المجيب.
আল্লাহে নূহ আলাইহিচ্ছালামৰ সেই দুআ কবূল কৰিছিল, যি দুআত তেওঁ নিজ সম্প্ৰদায়ক ধ্বংস কৰাৰ বিষয়ে আবেদন কৰিছিল। নিশ্চয় আল্লাহ অতি উত্তম উদ্দেশ্য সফলকাৰী তথা প্ৰাৰ্থনা স্বীকাৰকাৰী। info