Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
88 : 38

وَلَتَعْلَمُنَّ نَبَاَهٗ بَعْدَ حِیْنٍ ۟۠

তোমালোকে অচিৰেই অৰ্থাৎ মৃত্যুৰ পিছত নিশ্চয় জানিব পাৰিবা যে, এই কোৰআনৰ যাৱতীয় সংবাদ সত্য। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• الداعي إلى الله يحتسب الأجر من عنده، لا يريد من الناس أجرًا على ما يدعوهم إليه من الحق.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে আল্লাহৰ ওচৰতেই ছোৱাব কামনা কৰে। সত্যৰ পিনে আহ্বান কৰিবলৈ মানুহৰ ওচৰত কোনো পাৰিশ্ৰমিক নিবিচাৰে। info

• التكلّف ليس من الدِّين.
দুমুখীয়া নীতিৰ সৈতে ইছলামৰ কোনো সম্পৰ্ক নাই। info

• التوسل إلى الله يكون بأسمائه وصفاته وبالإيمان وبالعمل الصالح لا غير.
আল্লাহৰ নাম, তেওঁৰ বিশেষণ আৰু ঈমান তথা নেক কৰ্মৰ জৰিয়তেহে আল্লাহৰ সৈতে মধ্যস্ততা কৰা সম্ভৱ। ইয়াৰ বাহিৰে আন কোনো উপায় নাই। info