Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
37 : 39

وَمَنْ یَّهْدِ اللّٰهُ فَمَا لَهٗ مِنْ مُّضِلٍّ ؕ— اَلَیْسَ اللّٰهُ بِعَزِیْزٍ ذِی انْتِقَامٍ ۟

আল্লাহে যাক হিদায়তৰ তাওফীক প্ৰদান কৰে, তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে। আল্লাহ মহাপৰাক্ৰমশালী নহয়নে? যাক কোনেও পৰাজিত কৰিব নোৱাৰে, আৰু তেওঁ হৈছে কুফৰী আৰু পাপকৰ্ম কৰা ব্যক্তিৰ পৰা প্ৰতিশোধ গ্ৰহণকাৰী? নিশ্চয়, ইয়াত কোনো সন্দেহ নাই। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• عظم خطورة الافتراء على الله ونسبة ما لا يليق به أو بشرعه له سبحانه.
আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা, তেওঁৰ সৈতে অনুচিত বিষয়বোৰ সম্পৃক্ত কৰা তথা তেওঁৰ চৰীয়তত কোনো বিষয় সংযোজন কৰা আদি হৈছে মহা অপৰাধ। info

• ثبوت حفظ الله للرسول صلى الله عليه وسلم أن يصيبه أعداؤه بسوء.
এই কথা প্ৰমাণিত যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক শত্ৰুৰ পৰা স্বয়ং আল্লাহেই সুৰক্ষিত ৰাখিছিল। info

• الإقرار بتوحيد الربوبية فقط بغير توحيد الألوهية، لا ينجي صاحبه من عذاب النار.
তাওহীদে উলুহিয়্যত স্বীকাৰ নকৰাকৈ কেৱল তাওহীদে ৰূবুবিয়্যত স্বীকাৰ কৰিলেই জাহান্নামৰ পৰা মুক্তি লাভ কৰা সম্ভৱ নহয়। info