Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
54 : 39

وَاَنِیْبُوْۤا اِلٰی رَبِّكُمْ وَاَسْلِمُوْا لَهٗ مِنْ قَبْلِ اَنْ یَّاْتِیَكُمُ الْعَذَابُ ثُمَّ لَا تُنْصَرُوْنَ ۟

তাওবা আৰু সৎকৰ্মৰ জৰিয়তে নিজ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা, আৰু তেওঁৰ আদেশ মতে আমল কৰা। কিয়ামত দিৱসৰ শাস্তি অহাৰ পূৰ্বেই এইবোৰ আমল কৰা। তেতিয়া কিন্তু তোমালোকে তোমালোকৰ মূৰ্ত্তিবোৰক আৰু নিজৰ পৰিয়ালক বিচাৰি নাপাবা, যিয়ে তোমালোকক শাস্তিৰ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব। info
التفاسير:
Придобивки од ајетите на оваа страница:
• النعمة على الكافر استدراج.
কাফিৰসকলক প্ৰদান কৰা নিয়ামতসমূহ হৈছে প্ৰকৃততে একপ্ৰকাৰ অৱকাশ। info

• سعة رحمة الله بخلقه.
আল্লাহৰ ৰহমত সৃষ্টিজগতৰ প্ৰতি অতি প্ৰশস্ত। info

• الندم النافع هو ما كان في الدنيا، وتبعته توبة نصوح.
উপকাৰী অনুতাপ কেৱল সেইটো, যিটো পৃথিৱীত কৰা হয়, যি অনুতাপৰ পিছত লগে লগে নিৰ্ভেজাল তাওবা কৰা হয়। info