Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
63 : 40

كَذٰلِكَ یُؤْفَكُ الَّذِیْنَ كَانُوْا بِاٰیٰتِ اللّٰهِ یَجْحَدُوْنَ ۟

যিদৰে এইসকল লোকক আল্লাহৰ প্ৰতি ঈমান পোষণৰ পৰা আৰু এককভাৱে তেওঁৰ ইবাদত কৰাৰ পৰা আঁতৰাই দিয়া হৈছে, ঠিক সেইদৰে সেইসকল লোককো প্ৰত্যেক যুগ তথা প্ৰত্যেক স্থানতে আঁতৰাই ৰখা হ’ব, যিসকলে আল্লাহৰ তাওহীদৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহক অস্বীকাৰ কৰিব। ফলত সিহঁতে কেতিয়াও সত্যৰ পথ বিচাৰি নাপাব, লগতে সিহঁতক সঠিক পথত পৰিচালিত হোৱাৰ তাওফীকো দিয়া নহ’ব। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• دخول الدعاء في مفهوم العبادة التي لا تصرف إلا إلى الله؛ لأن الدعاء هو عين العبادة.
দুআও এক প্ৰকাৰ ইবাদত, গতিকে আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰা বৈধ নহয়। এক কথাত দুআই হৈছে প্ৰকৃত ইবাদত। info

• نعم الله تقتضي من العباد الشكر.
আল্লাহৰ নিয়ামতসমূহৰ দাবী হৈছে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। info

• ثبوت صفة الحياة لله.
আল্লাহ যে চিৰঞ্জীৱ ইয়াৰ প্ৰমাণ। info

• أهمية الإخلاص في العمل.
কৰ্মত নিষ্ঠাৰ গুৰুত্ব। info