Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
4 : 41

بَشِیْرًا وَّنَذِیْرًا ۚ— فَاَعْرَضَ اَكْثَرُهُمْ فَهُمْ لَا یَسْمَعُوْنَ ۟

এইখনে মুমিনসকলক সেই প্ৰতিদানৰ সুসংবাদ দিয়ে, যি প্ৰতিদান আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। আনহাতে কাফিৰসকলক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱায়। তথাপিও সিহঁতৰ মাজৰ অধিকাংশ লোকে ইয়াৰ পৰা বিমুখ হৈ আছে। ইয়াৰ মাজত থকা হিদায়তমূলক উপদেশবোৰ গ্ৰহণ কৰাৰ উদ্দেশ্যে সিহঁতে শুনিব নিবিচাৰে। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• تعطيل الكافرين لوسائل الهداية عندهم يعني بقاءهم على الكفر.
কাফিৰসকলে হিদায়তৰ মাধ্যমবোৰৰ দ্বাৰা উপকৃত নহয়, অৰ্থাৎ কুফৰৰ ওপৰত অৱস্থান কৰাকে সিহঁতে পছন্দ কৰে। info

• بيان منزلة الزكاة، وأنها ركن من أركان الإسلام.
যাকাতৰ গুৰুত্বৰ বৰ্ণনা, ই ইছলামৰ এটা অন্যতম স্তম্ভ। info

• استسلام الكون لله وانقياده لأمره سبحانه بكل ما فيه.
গোটেই বিশ্বজগত আল্লাহৰ আনুগত্যশীল, আৰু ইয়াত থকা সকলোৱে তেওঁৰ আদেশ মানিবলৈ বাধ্য। info