Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
40 : 41

اِنَّ الَّذِیْنَ یُلْحِدُوْنَ فِیْۤ اٰیٰتِنَا لَا یَخْفَوْنَ عَلَیْنَا ؕ— اَفَمَنْ یُّلْقٰی فِی النَّارِ خَیْرٌ اَمْ مَّنْ یَّاْتِیْۤ اٰمِنًا یَّوْمَ الْقِیٰمَةِ ؕ— اِعْمَلُوْا مَا شِئْتُمْ ۙ— اِنَّهٗ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟

যিসকলে আমাৰ আয়াতসমূহৰ বিষয়ে বেয়া নীতি অৱলম্বন কৰে, সেইবোৰক অস্বীকাৰ কৰে আৰু সেইবোৰৰ অৰ্থ বিকৃত কৰে, সেইসকল লোকৰ অৱস্থা আমাৰ পৰা গোপন নহয়। আমি সিহঁতৰ বিষয়ে ভালকৈয়ে অৱগত। যাক জাহান্নামত নিক্ষেপ কৰা হ'ব সেই ব্যক্তি উত্তম নে যিয়ে কিয়ামতৰ দিনা শাস্তিৰ পৰা নিৰাপদ থাকিব সেই ব্যক্তি উত্তম? হে মানৱজাতি! ভাল বেয়া যিটো ইচ্ছা সেইটোৱে তোমালোকে আমল কৰা। কাৰণ আমি তোমালোকৰ সন্মুখত ভাল বেয়া সকলো বিতংভাৱে স্পষ্ট কৰি দিছোঁ। তোমালোকে ভাল বেয়া যি কৰ্মই নকৰা কিয়, নিশ্চয় আল্লাহে চাই আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• حَفِظ الله القرآن من التبديل والتحريف، وتَكَفَّل سبحانه بهذا الحفظ، بخلاف الكتب السابقة له.
আল্লাহে কোৰআনক পৰিবৰ্তন আৰু বিকৃত আদি কাৰ্যৰ পৰা সুৰক্ষিত কৰিছে। পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ বিপৰীতে ইয়াৰ সুৰক্ষাৰ দায়িত্ব তেওঁ নিজেই গ্ৰহণ কৰিছে। info

• قطع الحجة على مشركي العرب بنزول القرآن بلغتهم.
আৰবীয়ান মুশ্বৰিকসকলৰ ভাষাত কোৰআন অৱতীৰ্ণ কৰি সিহঁতৰ অজুহাত দাঙি ধৰাৰ দুৱাৰ বন্ধ কৰি দিছে। info

• نفي الظلم عن الله، وإثبات العدل له.
আল্লাহে কাৰো প্ৰতি অন্যায় নকৰে, তথা তেওঁ সদায় ন্যায়ক প্ৰাধান্য দিয়ে। info