Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
37 : 47

اِنْ یَّسْـَٔلْكُمُوْهَا فَیُحْفِكُمْ تَبْخَلُوْا وَیُخْرِجْ اَضْغَانَكُمْ ۟

যদি তেওঁ তোমালোকৰ পৰা তোমালোকৰ সম্পূৰ্ণ সম্পদ বিচাৰিলেহেঁতেন তথা ডাঠিকৈ বিচাৰিলেহেঁতে তেন্তে তোমালোকে নিশ্চয় কৃপণালি কৰিলাহেঁতেন। আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত তোমালোকৰ অন্তৰত যি অপছন্দনীয় ভাৱ আছে, সেয়া ওলাই পৰিলেহেঁতেন। গতিকে তোমালোকৰ প্ৰতি এইটো তেওঁৰ সহানুভূতি যে, তেওঁ তোমালোকৰ পৰা সম্পূৰ্ণ ধন বিচৰা নাই। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• سرائر المنافقين وخبثهم يظهر على قسمات وجوههم وأسلوب كلامهم.
মুনাফিকসকলৰ অন্তৰৰ ভেদ, সিহঁতৰ চেহেৰা আৰু কথা কোৱাৰ ভঙ্গিমাতেই স্পষ্ট হৈ পৰে। info

• الاختبار سُنَّة إلهية لتمييز المؤمنين من المنافقين.
মুমিন আৰু মুনাফিকৰ মাজত পাৰ্থক্য কৰিবলৈ আল্লাহে পূৰ্বৰে পৰা পৰীক্ষা কৰি আহিছে। info

• تأييد الله لعباده المؤمنين بالنصر والتسديد.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায়-সহযোগিতা আৰু সঠিক পথত পৰিচালিত কৰি পূৰ্ণ সমৰ্থন কৰে। info

• من رفق الله بعباده أنه لا يطلب منهم إنفاق كل أموالهم في سبيل الله.
বান্দাৰ প্ৰতি আল্লাহৰ এইটো অনুগ্ৰহ যে, তেওঁ সিহঁতক সিহঁতৰ গোটেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা নাই। info