Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
5 : 47

سَیَهْدِیْهِمْ وَیُصْلِحُ بَالَهُمْ ۟ۚ

আল্লাহে তেওঁলোকক পাৰ্থিৱ জীৱনত সত্য অনুসৰণ কৰাৰ তাওফীক প্ৰদান কৰিব, আৰু তেওঁলোকৰ সকলো অৱস্থা ঠিক কৰি দিব। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• النكاية في العدوّ بالقتل وسيلة مُثْلى لإخضاعه.
কাফিৰসকলক নিয়ন্ত্ৰণ কৰাৰ সৰ্বোত্তম পন্থা হৈছে যুদ্ধক্ষেত্ৰত সিহঁতৰ অধিকাংশ লোকক হত্যা কৰা। info

• المن والفداء والقتل والاسترقاق خيارات في الإسلام للتعامل مع الأسير الكافر، يؤخذ منها ما يحقق المصلحة.
ইছলামী নীতি অনুসাৰে কাফিৰ কয়েদীসকলৰ লগত ব্যৱহাৰৰ চাৰিটা বিকল্প আছেঃ ক) মানৱতাৰ ভিত্তিত বিনিময় নোলোৱাকৈ এৰি দিয়া। খ) অৰ্থদণ্ড গ্ৰহণ কৰি এৰি দিয়া। গ) হত্যা কৰা। ঘ) দাস বনাই লোৱা। এই চাৰিওটা নীতি পৰিস্থিতি সাপেক্ষে ইছলামৰ হিত অনুযায়ী অৱলম্বন কৰা হ’ব। info

• عظم فضل الشهادة في سبيل الله.
আল্লাহৰ পথত শ্বহীদ হোৱাৰ গুৰুত্ব। info

• نصر الله للمؤمنين مشروط بنصرهم لدينه.
মুমিনসকলে আল্লাহৰ সহায় সেই সময়তেই লাভ কৰিব, যেতিয়া তেওঁলোকে আল্লাহৰ দ্বীনৰ সহায় কৰিব। info