Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
36 : 52

اَمْ خَلَقُوا السَّمٰوٰتِ وَالْاَرْضَ ۚ— بَلْ لَّا یُوْقِنُوْنَ ۟ؕ

আকাশমণ্ডল আৰু পৃথিৱীক সিহঁতে সৃষ্টি কৰিছে নেকি? দৰাচলতে সিহঁতে বিশ্বাসেই নকৰে যে, আল্লাহেই হৈছে সিহঁতৰ সৃষ্টিকৰ্তা। কিয়নো যদি সিহঁতে বিশ্বাস কৰিলেহেঁতেন তেন্তে নিশ্চয় তেওঁক একক বুলি স্বীকাৰ কৰিলেহেঁতেন আৰু তেওঁৰ ৰাছুলৰ ওপৰত ঈমান আনিলেহেঁতেন। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• الطغيان سبب من أسباب الضلال.
অবাধ্যতা হৈছে পথভ্ৰষ্টতাৰ মূল কাৰণ। info

• أهمية الجدال العقلي في إثبات حقائق الدين.
ধৰ্মৰ সত্যতা প্ৰকাশ কৰিবলৈ যুক্তি দাঙি ধৰাৰ গুৰুত্ব। info

• ثبوت عذاب البَرْزَخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ। info