Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
119 : 9

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَكُوْنُوْا مَعَ الصّٰدِقِیْنَ ۟

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল, আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। লগতে ঈমান আৰু কথা-কৰ্মৰ ক্ষেত্ৰত সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হোৱা, কাৰণ তোমালোকৰ মুক্তি একমাত্ৰ সত্যৰ পথত। info
التفاسير:
Придобивки од ајетите на оваа страница:
• وجوب تقوى الله والصدق وأنهما سبب للنجاة من الهلاك.
আল্লাহৰ তাক্বৱা আৰু সত্যবাদীতা দুয়োটাই আৱশ্যক তথা বিনাশৰ পৰা মুক্তিৰ সাধন। info

• عظم فضل النفقة في سبيل الله.
আল্লাহৰ পথত ব্যয় কৰাৰ গুৰুত্ব। info

• وجوب التفقُّه في الدين مثله مثل الجهاد، وأنه لا قيام للدين إلا بهما معًا.
ইছলামৰ জ্ঞান অৰ্জন কৰা জিহাদৰ দৰে আমল, লগতে দ্বীন প্ৰতিষ্ঠা কৰিবলৈ দুয়োটাই আৱশ্যক। info