Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
101 : 10

قُلِ انْظُرُوْا مَاذَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَمَا تُغْنِی الْاٰیٰتُ وَالنُّذُرُ عَنْ قَوْمٍ لَّا یُؤْمِنُوْنَ ۟

হে ৰাছুল! আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আপোনাৰ ওচৰত নিদৰ্শন সম্পৰ্কে প্ৰশ্ন কৰেঃ ভাৱি চোৱাচোন, আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ ক্ষমতা আৰু একত্ববাদ সাব্যস্ত কৰা প্ৰমাণসমূহ কি কি আছে। যিসকলে কুফুৰীত অটল থকাৰ কাৰণে ঈমান পোষণ কৰিবলৈ প্ৰস্তুত নহয়, সিহঁতৰ বাবে ৰাছুল প্ৰেৰণ, যুক্তি আৰু আয়াত অৱতীৰ্ণই কোনো উপকাৰ নকৰে। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الإيمان هو السبب في رفعة صاحبه إلى الدرجات العلى والتمتع في الحياة الدنيا.
ঈমানেই হৈছে মুমিনসকলৰ উচ্চ মৰ্যাদা লাভৰ মাধ্যম তথা পাৰ্থিৱ জীৱনত আনন্দ লাভ কৰাৰ উপায়। info

• ليس في مقدور أحد حمل أحد على الإيمان؛ لأن هذا عائد لمشيئة الله وحده.
কোনেও কাকো ঈমান পোষণত বাধ্য কৰাব নোৱাৰে, কিয়নো এয়া কেৱল আল্লাহৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। info

• لا تنفع الآيات والنذر من أصر على الكفر وداوم عليه.
যিসকলে কুফুৰীক খামুচি ধৰিছে আৰু তাৰ ওপৰত অবিচল আছে, সিহঁতৰ ক্ষেত্ৰত নিদৰ্শন আৰু সতৰ্কবাণী কোনো ফলদায়ক নহয়। info

• وجوب الاستقامة على الدين الحق، والبعد كل البعد عن الشرك والأديان الباطلة.
সত্য ধৰ্মৰ ওপৰত অবিচল থকা অনিবাৰ্য, লগতে শ্বিৰ্ক আৰু অসত্য ধৰ্মৰ পৰা দূৰত্ব অৱলম্বন কৰা অপৰিহাৰ্য। info