Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
104 : 10

قُلْ یٰۤاَیُّهَا النَّاسُ اِنْ كُنْتُمْ فِیْ شَكٍّ مِّنْ دِیْنِیْ فَلَاۤ اَعْبُدُ الَّذِیْنَ تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ وَلٰكِنْ اَعْبُدُ اللّٰهَ الَّذِیْ یَتَوَفّٰىكُمْ ۖۚ— وَاُمِرْتُ اَنْ اَكُوْنَ مِنَ الْمُؤْمِنِیْنَ ۟ۙ

হে ৰাছুল! আপুনি কওঁক, হে মানৱজাতি! যদি তোমালোক মই আহ্বান কৰা দ্বীন সম্পৰ্কে সন্দেহত আছা, যিটো তাওহীতৰ ওপৰত প্ৰতিষ্ঠিত দ্বীন। তেন্তে জানি থোৱা! মই নিশ্চিত তোমালোকৰ ধৰ্ম যে ভ্ৰষ্ট, সেই কাৰণেই মই সেইটোৰ অনুসৰণ নকৰো। এতেকে মই সেইবোৰ উপাস্যৰ উপাসনা নকৰো, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। কিন্তু মই সেই আল্লাহৰ ইবাদত কৰো, যিয়ে তোমালোকক মৃত্যু দান কৰিব। মোক আদেশ দিয়া হৈছে মই যেন নিষ্ঠাৱান মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ যাওঁ। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الإيمان هو السبب في رفعة صاحبه إلى الدرجات العلى والتمتع في الحياة الدنيا.
ঈমানেই হৈছে মুমিনসকলৰ উচ্চ মৰ্যাদা লাভৰ মাধ্যম তথা পাৰ্থিৱ জীৱনত আনন্দ লাভ কৰাৰ উপায়। info

• ليس في مقدور أحد حمل أحد على الإيمان؛ لأن هذا عائد لمشيئة الله وحده.
কোনেও কাকো ঈমান পোষণত বাধ্য কৰাব নোৱাৰে, কিয়নো এয়া কেৱল আল্লাহৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। info

• لا تنفع الآيات والنذر من أصر على الكفر وداوم عليه.
যিসকলে কুফুৰীক খামুচি ধৰিছে আৰু তাৰ ওপৰত অবিচল আছে, সিহঁতৰ ক্ষেত্ৰত নিদৰ্শন আৰু সতৰ্কবাণী কোনো ফলদায়ক নহয়। info

• وجوب الاستقامة على الدين الحق، والبعد كل البعد عن الشرك والأديان الباطلة.
সত্য ধৰ্মৰ ওপৰত অবিচল থকা অনিবাৰ্য, লগতে শ্বিৰ্ক আৰু অসত্য ধৰ্মৰ পৰা দূৰত্ব অৱলম্বন কৰা অপৰিহাৰ্য। info