Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
30 : 10

هُنَالِكَ تَبْلُوْا كُلُّ نَفْسٍ مَّاۤ اَسْلَفَتْ وَرُدُّوْۤا اِلَی اللّٰهِ مَوْلٰىهُمُ الْحَقِّ وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟۠

সেই মহান স্থানত, প্ৰত্যেক ব্যক্তিয়ে নিজৰ পাৰ্থিৱ জীৱনত কৰা কৰ্মবোৰক পৰীক্ষা কৰিব, আৰু মুশ্বৰিকসকলক সিহঁতৰ সত্য উপাস্য অৰ্থাৎ আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰোৱা হ'ব, তেওঁ সিহঁতৰ হিচাপ গ্ৰহণ কৰিব। বাতিল উপাস্য সম্পৰ্কে কৰা সিহঁতৰ মধ্যস্ততাৰ দাবী কোনো কামত নাহিব। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• أعظم نعيم يُرَغَّب به المؤمن هو النظر إلى وجه الله تعالى.
আটাইতকৈ ডাঙৰ নিয়ামত, যিটোৰ জৰিয়তে মুমিনসকলক উৎসাহিত কৰা হয়, সেয়া হৈছে আল্লাহৰ সন্মানিত চেহেৰা দৰ্শন। info

• بيان قدرة الله، وأنه على كل شيء قدير.
আল্লাহৰ ক্ষমতাৰ বৰ্ণনা, আৰু এই কথাৰ বৰ্ণনা যে, তেওঁ সকলো বিষয়ত ক্ষমতাৱান। info

• التوحيد في الربوبية والإشراك في الإلهية باطل، فلا بد من توحيدهما معًا.
ৰূবুবিয়্যাতৰ ক্ষেত্ৰত তেওঁ একক, ইবাদতৰ ক্ষেত্ৰত কোনো ধৰণৰ অংশীদাৰ গ্ৰহণযোগ্য নহয়। উভয় ক্ষেত্ৰত তেওঁক একক বুলি স্বীকাৰ কৰা অনিবাৰ্য। info

• إذا قضى الله بعدم إيمان قوم بسبب معاصيهم فإنهم لا يؤمنون.
যদি আল্লাহে কোনো সম্প্ৰদায় সম্পৰ্কে সিহঁতে কৰা গুনাহৰ ফলত ঈমান পোষণ নকৰাৰ ফয়চালা দিয়ে তেন্তে সিহঁত কেতিয়াও ঈমান পোষণ কৰিব নোৱাৰিব। info