Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
67 : 10

هُوَ الَّذِیْ جَعَلَ لَكُمُ الَّیْلَ لِتَسْكُنُوْا فِیْهِ وَالنَّهَارَ مُبْصِرًا ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّسْمَعُوْنَ ۟

হে মানৱজাতি! তেৱেঁই তোমালোকৰ বাবে ৰাতি বনাইছে যাতে তোমালোকে ভাগৰ, আমনি আৰু ক্লান্তিৰ পৰা বিশ্ৰাম লব পাৰা। আৰু দিন বনাইছে আলোকময় যাতে তোমালোকে জীৱনোপকৰণৰ বাবে লাভদায়ক বস্তুৰ সন্ধান কৰিব পাৰা। নিশ্চয় ইয়াত সেইসকল লোকৰ বাবে আছে স্পষ্ট নিদৰ্শন, যিসকলে মানিবলৈ আৰু গ্ৰহণ কৰাৰ উদ্দেশ্যে শুনে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• ولاية الله تكون لمن آمن به، وامتثل أوامره، واجتنب نواهيه، واتبع رسوله صلى الله عليه وسلم، وأولياء الله هم الآمنون يوم القيامة، ولهم البشرى في الدنيا إما بالرؤيا الصالحة أو عند الموت.
আল্লাহৰ বন্ধুত্ব সেই ব্যক্তি লাভ কৰে, যিয়ে তেওঁৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁৰ আদেশ পালন কৰে, তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰে। আল্লাহৰ অলীসকলেই ক্বিয়ামতৰ দিনা সুৰক্ষিত থাকিব। পৃথিৱীত তেওঁলোকৰ বাবে আছে সুসংবাদ, সেয়া নেক সপোনৰ জৰিয়তেই হওঁক অথবা মৃত্যুৰ সময়ত। info

• العزة لله جميعًا وحده ؛ فهو مالك الملك، وما عُبِد من دون الله لا حقيقة له.
সকলো ধৰণৰ শক্তি-সন্মান একমাত্ৰ আল্লাহৰ বাবে, তেৱেঁই ৰাজাধিৰাজ। তেওঁৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয়, সেইবোৰৰ কোনো ভিত্তি নাই। info

• الحث على التفكر في خلق الله؛ لأن ذلك يقود إلى الإيمان به وتوحيده.
সৃষ্টিজগতকলৈ চিন্তা-চৰ্চা কৰাৰ প্ৰেৰণা। ইয়াৰ ফলত তাওহীদ আৰু ঈমানৰ পথ প্ৰশস্ত হয়। info

• حرمة الكذب على الله عز وجل، وأن صاحبه لن يفلح، ومن أعظم الكذب نسبة الولد له سبحانه.
আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা হাৰাম, আৰু এনেকুৱা ব্যক্তি কেতিয়াও সফল হব নোৱাৰে। আটাইতকৈ ডাঙৰ মিছা অপবাদটো হৈছে আল্লাহৰ সন্তান আছে বুলি দাবী কৰা। info