Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
82 : 10

وَیُحِقُّ اللّٰهُ الْحَقَّ بِكَلِمٰتِهٖ وَلَوْ كَرِهَ الْمُجْرِمُوْنَ ۟۠

আল্লাহে ভাগ্য সম্পৰ্কীয় বাণীৰ দ্বাৰা আৰু চৰীয়তৰ মাজত থকা প্ৰমাণ আৰু যুক্তিৰে সত্যক সত্য বুলি প্ৰমাণিত কৰে তথা প্ৰতিষ্ঠিত কৰে। যদিও ফিৰআউন সম্প্ৰদায়ৰ অপৰাধী কাফিৰসকলে বেয়া পায়। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الثقة بالله وبنصره والتوكل عليه ينبغي أن تكون من صفات المؤمن القوي.
আল্লাহৰ প্ৰতি আৰু তেওঁৰ সহায়ৰ প্ৰতি পূৰ্ণ বিশ্বাস পোষণ কৰা আৰু তেওঁৰ ওপৰত ভৰসা কৰাটো এজন পৰিপক্ক মুমিনৰ গুণ হোৱা উচিত। info

• بيان أهمية الدعاء، وأنه من صفات المتوكلين.
দুআৰ গুৰুত্বৰ বৰ্ণনা, আৰু এইটো আল্লাহৰ প্ৰতি ভৰসাকাৰীসকলৰ অন্যতম গুণ। info

• تأكيد أهمية الصلاة ووجوب إقامتها في كل الرسالات السماوية وفي كل الأحوال.
ছালাতৰ মহত্ব আৰু ইয়াক প্ৰতিষ্ঠা কৰা অনিবাৰ্য, ইয়াৰ প্ৰতি প্ৰত্যেক ঐশী ধৰ্মৰ নিৰ্দেশনাই গুৰুত্বাৰোপ কৰিছে, যিকোনো পৰিস্থিতিতেই নহওক কিয়। info

• مشروعية الدعاء على الظالم.
অত্যাচাৰী ব্যক্তিৰ ওপৰত বদ্দুআ কৰা বৈধ। info