Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
96 : 10

اِنَّ الَّذِیْنَ حَقَّتْ عَلَیْهِمْ كَلِمَتُ رَبِّكَ لَا یُؤْمِنُوْنَ ۟ۙ

নিশ্চয় যিসকলৰ বিৰুদ্ধে আল্লাহৰ এই ফয়চালা সাব্যস্ত হৈছে যে, সিহঁত কুফুৰীৰ ওপৰত অটল থকাৰ কাৰণে কুফুৰী অৱস্থাতেই মৃত্যুবৰণ কৰিব, সেইসকল লোকে কেতিয়াও ঈমান পোষণ কৰিব নোৱাৰিব। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• وجوب الثبات على الدين، وعدم اتباع سبيل المجرمين.
দ্বীনৰ ওপৰত অবিচল থকা অনিবাৰ্য তথা অপৰাধীসকলৰ পথ অনুসৰণৰ পৰা বিৰত থকা অপৰিহাৰ্য। info

• لا تُقْبل توبة من حَشْرَجَت روحه، أو عاين العذاب.
মূমুৰ্ষ ব্যক্তিৰ অথবা নিজ চকুৰে শাস্তি প্ৰত্যক্ষ কৰা ব্যক্তিৰ তাওবা গ্ৰহণযোগ্য নহয়। info

• أن اليهود والنصارى كانوا يعلمون صفات النبي صلى الله عليه وسلم، لكن الكبر والعناد هو ما منعهم من الإيمان.
ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গুণ তথা বৈশিষ্ট্যৰ জ্ঞান আছিল। কিন্তু সিহঁতৰ অহংকাৰ আৰু স্বৈৰাচাৰীতাই ঈমান পোষণ কৰাত সিহঁতক বাধা প্ৰদান কৰিছিল। info