Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

আত-তাকাছুৰ

Sẽn be sʋʋrã wã raab pʋgẽ:
تذكير المتكاثرين واللاهين بالدنيا بالقبور والحساب.
প্ৰাচুৰ্যৰ অভিলাসীবিলাকৰ কথা উল্লেখ কৰা হৈছে, যিসকলে পাৰ্থিৱ জীৱনৰ মোহত পৰি কবৰ আৰু হিচাপ-নিকাচক পাহৰি গৈছে। info

external-link copy
1 : 102

اَلْهٰىكُمُ التَّكَاثُرُ ۟ۙ

হে মানৱ, তোমালোকৰ ধন, সন্তানৰ অহংকাৰে আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তুলিছে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• خطر التفاخر والتباهي بالأموال والأولاد.
ধন-সম্পদক লৈ এজনে আনজনৰ প্ৰতি গৌৰৱ কৰাৰ ক্ষতি। info

• القبر مكان زيارة سرعان ما ينتقل منه الناس إلى الدار الآخرة.
কবৰ হৈছে কিছু সময় অৱস্থান কৰাৰ ঠাই। অতি সোনকালে মানুহে তাৰ পৰা পৰকালৰ ঘৰলৈ প্ৰস্থান কৰিব। info

• يوم القيامة يُسْأل الناس عن النعيم الذي أنعم به الله عليهم في الدنيا.
ক্বিয়ামতৰ দিনা মানুহক সেই অনুগ্ৰহ বা অৱদানবোৰৰ বিষয়ে প্ৰশ্ন কৰা হব যিবোৰ তাক আল্লাহ তাআলাই প্ৰদান কৰিছিল। info

• الإنسان مجبول على حب المال.
ধনৰ লোভ প্ৰাকৃতিকভাৱে মানুহৰ মাজত নিহিত আছে। info