Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

আল-কাফিৰূন

Sẽn be sʋʋrã wã raab pʋgẽ:
البراءة من الكفر وأهله.
কুফৰ আৰু কাফিৰৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা। info

external-link copy
1 : 109

قُلْ یٰۤاَیُّهَا الْكٰفِرُوْنَ ۟ۙ

হে ৰাছুল, কওক, হে আল্লাহক অস্বীকাৰকাৰী সকল! info
التفاسير:

external-link copy
2 : 109

لَاۤ اَعْبُدُ مَا تَعْبُدُوْنَ ۟ۙ

যিবোৰ মুৰ্ত্তিক তোমালোকে পূজা কৰা, সেইবোৰক মই বৰ্তমানো পূজা নকৰো আৰু ভৱিষ্যতেও নকৰো। info
التفاسير:

external-link copy
3 : 109

وَلَاۤ اَنْتُمْ عٰبِدُوْنَ مَاۤ اَعْبُدُ ۟ۚ

আৰু তোমালোকেও তেওঁৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰো। আৰু সেইজন হৈছে একমাত্ৰ আল্লাহ। info
التفاسير:

external-link copy
4 : 109

وَلَاۤ اَنَا عَابِدٌ مَّا عَبَدْتُّمْ ۟ۙ

আৰু তোমালোকে যিবোৰ মূৰ্তিক পূজা কৰা, সেইবোৰৰ মই ইবাদতকাৰী নহয়। info
التفاسير:

external-link copy
5 : 109

وَلَاۤ اَنْتُمْ عٰبِدُوْنَ مَاۤ اَعْبُدُ ۟ؕ

আৰু তোমালোকেও তেওঁৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰো। আৰু সেইজন হৈছে একমাত্ৰ আল্লাহ। info
التفاسير:

external-link copy
6 : 109

لَكُمْ دِیْنُكُمْ وَلِیَ دِیْنِ ۟۠

তোমালোকৰ বাবে তোমালোকৰ ধৰ্ম, যিটো তোমালোকে মনগঢ়াভাৱে বনাই লৈছা আৰু মোৰ কাৰণে মোৰ ধৰ্ম, যিটো আল্লাহে মোৰ প্ৰতি অৱতীৰ্ণ কৰিছে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• المفاصلة مع الكفار.
কাফিৰ সকলৰ পৰা দূৰত্ব অৱলম্বন কৰা। info

• مقابلة النعم بالشكر.
অনুগ্ৰহৰ বিনিময় স্বৰূপে কৃতজ্ঞতাৰ আৱশ্যকতা। info

• سورة المسد من دلائل النبوة؛ لأنها حكمت على أبي لهب بالموت كافرًا ومات بعد عشر سنين على ذلك.
ছুৰা মাছাদ নবুওৱতৰ এটা অন্যতম প্ৰমাণ। কিয়নো এইটোৱে আবু লাহাবক কাফিৰ অৱস্থাত মৃত্যু হোৱাৰ কথা কৈছিল আৰু সি ইয়াৰ দহ বছৰ পিছত কাফিৰ অৱস্থাতেই মৃত্যু হৈছে। info

• صِحَّة أنكحة الكفار.
কাফিৰৰ বিবাহ সঠিক। info