Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
60 : 11

وَاُتْبِعُوْا فِیْ هٰذِهِ الدُّنْیَا لَعْنَةً وَّیَوْمَ الْقِیٰمَةِ ؕ— اَلَاۤ اِنَّ عَادًا كَفَرُوْا رَبَّهُمْ ؕ— اَلَا بُعْدًا لِّعَادٍ قَوْمِ هُوْدٍ ۟۠

এই পৃথিৱীত সিহঁতক লগত আল্লাহৰ দয়াৰ পৰা বঞ্চিত আৰু অপমান সম্পৃক্ত কৰি দিয়া হৈছিল তথা ক্বিয়ামতৰ দিনাও সিহঁত আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত থাকিব। ইয়াৰ কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল। জানি থোৱা! আল্লাহে সিহঁতক সকলো প্ৰকাৰ কল্যাণৰ পৰা আঁতৰত ৰাখিছে আৰু প্ৰত্যেক বেয়া কৰ্মৰ নিকটৱৰ্তী কৰি দিছে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• من وسائل المشركين في التنفير من الرسل الاتهام بخفة العقل والجنون.
মুশ্বৰিকসকলে মানুহক ৰাছুলসকলৰ পৰা বিৰত ৰাখিবলৈ যিবোৰ মাধ্যম অৱলম্বন কৰিছিল, তাৰে অন্যতম হৈছে, ৰাছুলসকলৰ প্ৰতি এই অপবাদ জাপি দিয়া যে তেওঁলোকৰ বুদ্ধি-ভ্ৰম হৈছে অথবা তেওঁলোক হৈছে উন্মাদ। info

• ضعف المشركين في كيدهم وعدائهم، فهم خاضعون لله مقهورون تحت أمره وسلطانه.
মুশ্বৰিকসকলৰ শত্ৰুতা আৰু চক্ৰান্ত অতি দুৰ্বল, কিয়নো সিহঁত অনিচ্ছা সত্তেও আল্লাহৰ সন্মুখত নত হৈ আছে, লগতে সিহঁত তেওঁৰ আদেশ আৰু শাসনৰ অধীনত থাকিবলৈ বাধ্য। info

• أدلة الربوبية من الخلق والإنشاء مقتضية لتوحيد الألوهية وترك ما سوى الله.
উদ্ভাৱন আৰু সৃষ্টিয়ে আল্লাহৰ প্ৰভুত্ব প্ৰমাণ কৰে। লগতে এই কথাও প্ৰমাণ কৰে যে, তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য আৰু তেওঁৰ বাহিৰে সকলোৰে ইবাদত পৰিত্যাজ্য। info