Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
66 : 11

فَلَمَّا جَآءَ اَمْرُنَا نَجَّیْنَا صٰلِحًا وَّالَّذِیْنَ اٰمَنُوْا مَعَهٗ بِرَحْمَةٍ مِّنَّا وَمِنْ خِزْیِ یَوْمِىِٕذٍ ؕ— اِنَّ رَبَّكَ هُوَ الْقَوِیُّ الْعَزِیْزُ ۟

ইয়াৰ পিছত যেতিয়া সিহঁতক ধ্বংসকাৰী আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি ছলেহ আলাইহিছ ছালামক আৰু তেওঁৰ সৈতে ঈমান পোষণ কৰা লোকসকলক নিজ কৃপাত সুৰক্ষা প্ৰদান কৰিলো আৰু তেওঁলোকক সেই দিৱসৰ অপমান আৰু লাঞ্ছনাৰ পৰা ৰক্ষা কৰিলো। দৰাচলতে হে ৰাছুল! নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহাপৰাক্ৰমশালী আৰু প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সেই কাৰণেই তেওঁ মিছলীয়া সম্প্ৰদায়ক ধ্বংস কৰিছে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• عناد واستكبار المشركين حيث لم يؤمنوا بآية صالح عليه السلام وهي من أعظم الآيات.
মুশ্বৰিকসকলৰ স্বৈৰাচাৰীতাৰ প্ৰমাণ যে, সিহঁতে ছলেহ আলাইহিছ ছালামৰ প্ৰতীকৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। যদিও সেইটো আছিল এটা ডাঙৰ নিদৰ্শন। info

• استحباب تبشير المؤمن بما هو خير له.
মুমিনক সেই সংবাদ দিয়া ভাল, যিটো তেওঁৰ বাবে কল্যাণকৰ। info

• مشروعية السلام لمن دخل على غيره، ووجوب الرد.
কাৰো ওচৰত উপস্থিত হলে ছালাম দিয়াৰ প্ৰমাণ আৰু ছালামৰ উত্তৰ দিয়া জৰুৰী। info

• وجوب إكرام الضيف.
অতিথিক আপ্যায়ন কৰা অনিবাৰ্য। info