Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
69 : 12

وَلَمَّا دَخَلُوْا عَلٰی یُوْسُفَ اٰوٰۤی اِلَیْهِ اَخَاهُ قَالَ اِنِّیْۤ اَنَا اَخُوْكَ فَلَا تَبْتَىِٕسْ بِمَا كَانُوْا یَعْمَلُوْنَ ۟

ইউছুফৰ ভাতৃসকলে যেতিয়া তেওঁৰ সহোদৰকলৈ তেওঁৰ ওচৰত উপস্থিত হ'ল, তেতিয়া তেওঁ তেওঁৰ সহোদৰক নিজৰ ওচৰত ৰাখিলে আৰু গোপনে ক'লেঃ ময়েই তোমাৰ ভাই ইউছুফ। গতিকে সিহঁতে কৰা মুৰ্খামী কাৰ্যকলাপক লৈ দুখ নকৰিবা। উদাহৰণস্বৰূপে, আমাক কষ্ট দিয়া, আমাৰ লগত ঈৰ্ষা কৰা আৰু বিশেষকৈ মোক কুঁৱাত নিক্ষেপ কৰা বিষয়ে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الأمر بالاحتياط والحذر ممن أُثِرَ عنه غدرٌ، وقد ورد في الحديث الصحيح: ((لَا يُلْدَغُ المُؤْمِنٌ مِنْ جُحْرٍ وَاحِدٍ مَرَّتَيْنِ))، [أخرجه البخاري ومسلم].
প্ৰৱঞ্চক ব্যক্তিৰ পৰা সদায় সতৰ্ক থকাৰ নিৰ্দেশ দিয়া হৈছে, কাৰণ ছহীহ হাদীছত বৰ্ণিত হৈছে যে, এটা গাতৰ পৰাই কেতিয়াও মুমিনক (সাপে) দুবাৰ খুটিব নোৱাৰে। (বুখাৰী আৰু মুছলিমে এই হাদীছটো বৰ্ণনা কৰিছে।) info

• من وجوه الاحتياط التأكد بأخذ المواثيق المؤكدة باليمين، وجواز استحلاف المخوف منه على حفظ الودائع والأمانات.
সতৰ্কতা তথা সাৱধানতাৰ এটা উপায় হৈছে শপত খোৱাই দৃঢ় প্ৰতিশ্ৰুতি গ্ৰহণ কৰা, আৰু কোনো ব্যক্তিৰ প্ৰতি আশংকা হ'লে আমানত তথা ধন সুৰক্ষাৰ বাবে তাৰ পৰা শপত লোৱাৰ বৈধতা। info

• يجوز لطالب اليمين أن يستثني بعض الأمور التي يرى أنها ليست في مقدور من يحلف اليمين.
শপত বাক্য পাঠ কৰোৱা ব্যক্তিয়ে কিছুমান বিষয় শপতৰ পৰা পৃথক কৰিব পাৰে, যদি তেওঁ ভাৱে যে, উক্ত বিষয়টো শপত খোৱা ব্যক্তিৰ সাধ্যাতীত। info

• من الأخذ بالأسباب الاحتياط من المهالك.
উপায় অৱলম্বন কৰাৰ এটা মাধ্যম হৈছে বিনাশৰ স্থানৰ পৰা সতৰ্ক থকা। info