Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
9 : 12

١قْتُلُوْا یُوْسُفَ اَوِ اطْرَحُوْهُ اَرْضًا یَّخْلُ لَكُمْ وَجْهُ اَبِیْكُمْ وَتَكُوْنُوْا مِنْ بَعْدِهٖ قَوْمًا صٰلِحِیْنَ ۟

এতেকে ইউছুফক হত্যা কৰা অথবা বহু দূৰত ক’ৰবাত নিক্ষেপ কৰাগৈ, ফলত তোমালোকৰ পিতৃয়ে তোমালোকৰ প্ৰতি পৰিপূৰ্ণৰূপে মনোযোগ প্ৰদান কৰিব আৰু পৰিপূৰ্ণ স্নেহ প্ৰদান কৰিব। তাক হত্যা অথবা গায়েব কৰাৰ পিছত নিজৰ গুনাহৰ পৰা তাওবা কৰি নেক লোকৰ অন্তৰ্ভুক্ত হৈ যাবা। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• ثبوت الرؤيا شرعًا، وجواز تعبيرها.
চৰীয়তি দৃষ্টি সপোনৰ বাস্তৱিকতা, আৰু ইয়াৰ অৰ্থ বৰ্ণনা কৰাৰ বৈধতা। info

• مشروعية كتمان بعض الحقائق إن ترتب على إظهارها شيءٌ من الأذى.
কিছুমান সত্যতা গোপন কৰাৰ বৈধতা, যদি সেই সত্যতা প্ৰকাশ কৰিলে কোনো অপ্ৰিয় ঘটনা হোৱাৰ আশংকা হয়। info

• بيان فضل ذرية آل إبراهيم واصطفائهم على الناس بالنبوة.
ইব্ৰাহীম আলাইহিছ ছালামৰ সন্তানৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা, লোকসকলৰ মাজৰ পৰা তেওঁলোকক নুবুওৱতৰ বাবে নিৰ্বাচিত কৰা হৈছে। info

• الميل إلى أحد الأبناء بالحب يورث العداوة والحسد بين الإِخوة.
নিৰ্দিষ্ট কোনো এজন সন্তানক বেছি মৰম কৰিলে, ই ভাতৃসকলৰ মাজত হিংসা, বিদ্বেষ আৰু শত্ৰুতাৰ কাৰণ হয়। info