Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
19 : 14

اَلَمْ تَرَ اَنَّ اللّٰهَ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ ؕ— اِنْ یَّشَاْ یُذْهِبْكُمْ وَیَاْتِ بِخَلْقٍ جَدِیْدٍ ۟ۙ

হে মানৱ! তুমি নাজানা নেকি যে, আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীক সত্যসহ সৃষ্টি কৰিছে। তেওঁ এনেই সৃষ্টি কৰা নাই। হে মানৱজাতি! তেওঁ যদি তোমালোকক নিঃশেষ কৰিব বিচাৰে অথবা তোমালোকৰ ঠাইত আন কোনো মখলুক আনিব বিচাৰে, যিসকলে তেওঁৰ ইবাদত কৰিব আৰু তেওঁৰ আনুগত্য কৰিব তেন্তে তেওঁ তোমালোকক নিঃশেষ কৰি তোমালোকৰ ঠাইত বেলেগ মখলুকক আনিবলৈ সক্ষম যিসকলে তেওঁৰ ইবাদত কৰিব আৰু তেওঁৰ আনুগত্য কৰিব। তেওঁৰ বাবে এইটো অতি সহজ তথা একেবাৰে সামান্য কৰ্ম। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• بيان سوء عاقبة التابع والمتبوع إن اجتمعا على الباطل.
অনুসৰণকাৰী আৰু অনুসৰণকৃত ব্যক্তি যদি উভয়ে বাতিল পথৰ পথিক হয় তেন্তে সিহঁতৰ যি বেয়া পৰিণাম হ'ব তাৰ বৰ্ণনা। info

• بيان أن الشيطان أكبر عدو لبني آدم، وأنه كاذب مخذول ضعيف، لا يملك لنفسه ولا لأتباعه شيئًا يوم القيامة.
এই কথাৰ বৰ্ণনা যে, আদম সন্তানৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে চয়তান। নিশ্চয় সি মিছলীয়া, নিৰ্লজ্জ আৰু অতি দুৰ্বল। ক্বিয়ামতৰ দিনা নিজৰ অথবা তাৰ অনুসাৰী কাকোৱে একো উপকাৰ কৰিব নোৱাৰিব। info

• اعتراف إبليس أن وعد الله تعالى هو الحق، وأن وعد الشيطان إنما هو محض الكذب.
ইবলীছে এই কথা স্বীকাৰ কৰিব যে, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি হৈছে সত্য। পক্ষান্তৰে চয়তানৰ প্ৰতিশ্ৰুতি হৈছে অসত্য। info

• تشبيه كلمة التوحيد بالشجرة الطيبة الثمر، العالية الأغصان، الثابتة الجذور.
কলিমায়ে তাওহীদক এনেকুৱা এজোপা গছৰ দ্বাৰা সাদৃশ্য দিয়া হৈছে, যাৰ ফল হৈছে সোৱাদলগা। ঠাল-ঠেঙুলিবোৰ ওখ ওখ, মূল হৈছে প্ৰতিষ্ঠিত। info