Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
59 : 15

اِلَّاۤ اٰلَ لُوْطٍ ؕ— اِنَّا لَمُنَجُّوْهُمْ اَجْمَعِیْنَ ۟ۙ

কেৱল লূত আলাইহিচ্ছালামৰ পৰিয়াল আৰু তেওঁৰ অনুসাৰী মুমিনসকলৰ বাহিৰে। এওঁলোকক বিনাশ কৰাৰ আদেশ দিয়া হোৱা নাই। আমি এই সকলো লোকক উদ্ধাৰ কৰিম। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• تعليم أدب الضيف بالتحية والسلام حين القدوم على الآخرين.
কোনো ব্যক্তিৰ ঘৰত অতিথি হিচাপে গলে প্ৰথমে ছালাম কৰা উচিত। info

• من أنعم الله عليه بالهداية والعلم العظيم لا سبيل له إلى القنوط من رحمة الله.
আল্লাহে যাক হিদায়তৰ পথ দেখুৱাইছে, আৰু উচ্চ জ্ঞান দান কৰিছে তেনেকুৱা ব্যক্তিয়ে কেতিয়াও আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱা উচিত নহয়। info

• نهى الله تعالى لوطًا وأتباعه عن الالتفات أثناء نزول العذاب بقوم لوط حتى لا تأخذهم الشفقة عليهم.
আল্লাহে লূত আলাইহিচ্ছালামক আৰু তেওঁৰ অনুসাৰীসকলক তেওঁৰ সম্প্ৰদায়ৰ ওপৰত যেতিয়া শাস্তি অৱতীৰ্ণ হ'ব তেতিয়া পিচফালে ঘূৰি চাবলৈ নিষেধ কৰিছিল, যাতে সিহঁতৰ প্ৰতি পুতৌ নজন্মে। info

• تصميم قوم لوط على ارتكاب الفاحشة مع هؤلاء الضيوف دليل على طمس فطرتهم، وشدة فحشهم.
লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁৰ অতিথিসকলৰ লগত অশ্লীল কাৰ্য কৰাৰ দৃঢ় বাসনাই প্ৰমাণ কৰে যে, সিহঁতৰ প্ৰবৃত্তি কিমান বিকৃত হৈছিল, আৰু সিহঁত কিমান নিৰ্লজ্জ হৈ পৰিছিল। info