Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
40 : 18

فَعَسٰی رَبِّیْۤ اَنْ یُّؤْتِیَنِ خَیْرًا مِّنْ جَنَّتِكَ وَیُرْسِلَ عَلَیْهَا حُسْبَانًا مِّنَ السَّمَآءِ فَتُصْبِحَ صَعِیْدًا زَلَقًا ۟ۙ

তেন্তে শুনা, আল্লাহে মোক তোমাৰ বাগানতকৈ উত্তম বস্তু দান কৰিব পাৰে, আনহাতে মই আশংকা কৰোঁ তোমাৰ বাগানত আল্লাহে আকাশৰ পৰা কোনো শাস্তি প্ৰেৰণ কৰিব পাৰে। তেনেকুৱা হ'লে তোমাৰ বাগান এনেকুৱা ভূমিত পৰিণত হ'ব, য'ত কোনো গছ-গছনি নাথাকিব আৰু খোজকাঁঢ়িলে ভৰি পিচল খাব। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• على المؤمن ألا يستكين أمام عزة الغني الكافر، وعليه نصحه وإرشاده إلى الإيمان بالله، والإقرار بوحدانيته، وشكر نعمه وأفضاله عليه.
ধনী কাফিৰৰ অহংকাৰৰ সন্মুখত মুমিন ব্যক্তিয়ে কেতিয়াও হেও মনা উচিত নহয়। বৰং তাৰ কল্যাণ কামনা কৰা উচিত আৰু তাক আল্লাহৰ ঈমানৰ প্ৰতি পথপ্ৰদৰ্শন কৰোৱা উচিত, লগতে আল্লাহৰ তাওহীদৰ স্বীকৃতি আৰু তেওঁৰ নিয়ামত তথা অনুগ্ৰহৰ কৃতজ্ঞতা কৰাৰ প্ৰতি প্ৰেৰণা দিয়া উচিত। info

• ينبغي لكل من أعجبه شيء من ماله أو ولده أن يضيف النعمة إلى مُولِيها ومُسْدِيها بأن يقول: ﴿ما شاءَ اللهُ لا قُوَّةَ إلَّا بِاللهِ﴾.
সন্তান-সন্ততি আৰু ধন-সম্পত্তিৰ কিবা যদি মনক আকৰ্ষিত কৰে তেন্তে সেই নিয়ামতক আল্লাহৰ লগত সম্পৃক্ত কৰি কোৱা উচিত যে, আল্লাহে যি ইচ্ছা কৰে সেইটোৱে হয়, তেওঁৰ বাহিৰে আন কাৰো শক্তি নাই। info

• إذا أراد الله بعبد خيرًا عجل له العقوبة في الدنيا.
আল্লাহে যদি কোনো বান্দাৰ কল্যাণ বিচাৰে তেন্তে তাক পৃথিৱীতেই শাস্তি দি দিয়ে। info

• جواز الدعاء بتلف مال من كان ماله سبب طغيانه وكفره وخسرانه.
যদি কোনোবাই ধন-সম্পদলৈ অহংকাৰ কৰে, তথা কুফৰী আৰু স্বৈৰাচাৰিতাৰ পথ অৱলম্বন কৰে তেন্তে সেই ব্যক্তিৰ বিৰুদ্ধে বদ দুআ কৰা বৈধ। info