Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
80 : 18

وَاَمَّا الْغُلٰمُ فَكَانَ اَبَوٰهُ مُؤْمِنَیْنِ فَخَشِیْنَاۤ اَنْ یُّرْهِقَهُمَا طُغْیَانًا وَّكُفْرًا ۟ۚ

আনহাতে শিশুৰ বিষয়টো, যিজন শিশুক হত্যা কৰাত আপুনি মোৰ বিৰোধিতা কৰিছিল, সেই শিশুজনৰ পিতৃ-মাতৃ উভয়ে আছিল ঈমান্দাৰ। কিন্তু আল্লাহৰ জ্ঞান অনুসাৰে সেই শিশুজন আছিল কাফিৰ (নাস্তিক)। সেয়ে আমি আশংকা কৰিছিলোঁ যে, সি ডাঙৰ হৈ নিজৰ পিতৃ-মাতৃক কুফৰীলৈ ওভোতাই লৈ নিব, কিয়নো পিতৃ-মাতৃয়ে সন্তান-সন্ততিক সীমাহীন ভালপায় তথা সিহঁত তেওঁলোকৰ অতি প্ৰয়োজনীয় আপোনজন। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• وجوب التأني والتثبت وعدم المبادرة إلى الحكم على الشيء.
কোনো বিষয়ে মন্তব্য কৰাৰ পূৰ্বে সেই বিষয়ে ভালদৰে চিন্তা-চৰ্চা আৰু গৱেষণা কৰি লোৱা উচিত। info

• أن الأمور تجري أحكامها على ظاهرها، وتُعَلق بها الأحكام الدنيوية في الأموال والدماء وغيرها.
প্ৰকাশ্য দিশৰ ওপৰত ভিত্তি কৰি সকলো কৰ্মৰ বিধান প্ৰযোজ্য হয়। আৰু প্ৰকাশ্যৰ ভিত্তিতেই ধন-সম্পদ আৰু ৰক্ত সম্পৰ্কীয় সকলো পাৰ্থিৱ বিধান জাৰি হয়। info

• يُدْفَع الشر الكبير بارتكاب الشر الصغير، ويُرَاعَى أكبر المصلحتين بتفويت أدناهما.
প্ৰয়োজন অনুসাৰে সৰু গুনাহত লিপ্ত হৈ ডাঙৰ গুনাহক প্ৰতিহত কৰিব পাৰি। আৰু দুটা হিতৰ সৰুটোক পৰিত্যাগ কৰি ডাঙৰটো ৰক্ষা কৰা উচিত। info

• ينبغي للصاحب ألا يفارق صاحبه ويترك صحبته حتى يُعْتِبَه ويُعْذِر منه.
এজন বন্ধুৱে আন এজন বন্ধুক তেতিয়ালৈকে আঁতৰাই দিয়া উচিত নহয় যেতিয়ালৈকে সি তাক আশ্বস্ত কৰিব নোৱাৰে অথবা তাৰ আশংকা দূৰ কৰিব নোৱাৰে। info

• استعمال الأدب مع الله تعالى في الألفاظ بنسبة الخير إليه وعدم نسبة الشر إليه .
আল্লাহ তাআলাৰ বাবে শব্দৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আদব সহকাৰে কাম লোৱা উচিত, সকলো কল্যাণ তেওঁৰ লগত সম্পৃক্ত কৰা উচিত আৰু অকল্যাণ তেওঁৰ লগত সম্পৃক্ত কৰা অনুচিত। info

• أن العبد الصالح يحفظه الله في نفسه وفي ذريته.
এজন নেক বান্দাক আল্লাহে সদায় সুৰক্ষা প্ৰদান কৰে আৰু তেওঁৰ সন্তান-সন্ততিকো। info