Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
28 : 2

كَیْفَ تَكْفُرُوْنَ بِاللّٰهِ وَكُنْتُمْ اَمْوَاتًا فَاَحْیَاكُمْ ۚ— ثُمَّ یُمِیْتُكُمْ ثُمَّ یُحْیِیْكُمْ ثُمَّ اِلَیْهِ تُرْجَعُوْنَ ۟

হে কাফিৰসকল! তোমালোকৰ বিষয়টো বৰ বিচিত্ৰ। তোমালোকে কেনেকৈ আল্লাহক অস্বীকাৰ কৰা, অথচ তোমালোকে তেওঁৰ ক্ষমতাৰ নিদৰ্শনসমূহ তোমালোকৰ নিজৰ ভিতৰতেই দেখিবলৈ পোৱা। নিশ্চয় তোমালোকে একোৱেই নাছিলা, তেৱেঁই তোমালোকক সৃষ্টি কৰিলে, তোমালোকক জীৱন দান কৰিলে, তাৰ পিছত তোমালোকক দ্বিতীয় মৃত্যু প্ৰদান কৰিব, তাৰ পিছত জীৱন দান কৰিব। অৱশেষত তোমালোকক তেওঁৰ পিনে ওভোতাই নিয়া হব তোমালোকৰ আমলৰ হিচাপ-নিকাচ কৰাৰ উদ্দেশ্যে। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• من كمال النعيم في الجنة أن ملذاتها لا يكدرها أي نوع من التنغيص، ولا يخالطها أي أذى.
জান্নাতৰ নিয়ামতসমূহ ইমান পৰিপূৰ্ণ হব যে, তাৰ সোৱাদত কোনো ধৰণৰ অসম্পূৰ্ণতা নাথাকিব আৰু কোনো ক্ষতিও নাথাকিব। info

• الأمثال التي يضربها الله تعالى لا ينتفع بها إلا المؤمنون؛ لأنهم هم الذين يريدون الهداية بصدق، ويطلبونها بحق.
আল্লাহ তাআলাই দাঙি ধৰা উদাহৰণৰ পৰা কেৱল মুমিনসকলেই উপকৃত হয়। কাৰণ তেওঁলোকেই প্ৰকৃত অৰ্থত হিদায়তৰ ইচ্ছুক আৰু সঠিক দাবীদাৰ। info

• من أبرز صفات الفاسقين نقضُ عهودهم مع الله ومع الخلق، وقطعُهُم لما أمر الله بوصله، وسعيُهُم بالفساد في الأرض.
ফাছিকসকলৰ কিছুমান বিশেষ বৈশিষ্ট্য এনেধৰণৰঃ সিহঁতে আল্লাহ আৰু তেওঁৰ বান্দাসকলৰ লগত কৰা অঙ্গীকাৰ ভঙ্গ কৰে। আল্লাহে যিবোৰ বন্ধন অটুট ৰাখিবলৈ দিছে সেইবোৰ বিচ্ছিন্ন কৰে। আৰু পৃথিৱীত সিহঁতে উপদ্ৰৱ কৰি ফুৰে। info

• الأصل في الأشياء الإباحة والطهارة؛ لأن الله تعالى امتنَّ على عباده بأن خلق لهم كل ما في الأرض.
বস্তুৰ ক্ষেত্ৰত মৌলিক বিধান হৈছে, বৈধ আৰু পৱিত্ৰ। কিয়নো আল্লাহে পৃথিৱীৰ সকলো বস্তু তেওঁৰ বান্দাসকলৰ বাবেই সৃষ্টি কৰিছে। info