Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
12 : 20

اِنِّیْۤ اَنَا رَبُّكَ فَاخْلَعْ نَعْلَیْكَ ۚ— اِنَّكَ بِالْوَادِ الْمُقَدَّسِ طُوًی ۟ؕ

চোৱা! মই তোমাৰ প্ৰতিপালক! গতিকে মোৰ লগত কথা ক'বলৈ তুমি প্ৰস্তুতি লোৱা আৰু তোমাৰ জুতাযোৰ খুলি থৈ আহা। কিয়নো তুমি এতিয়া পৱিত্ৰ স্থান ‘তুৱা’ত অৱস্থান কৰিছা। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• ليس إنزال القرآن العظيم لإتعاب النفس في العبادة، وإذاقتها المشقة الفادحة، وإنما هو كتاب تذكرة ينتفع به الذين يخشون ربهم.
মহান কোৰআনখনক এইকাৰণে অৱতীৰ্ণ কৰা হোৱা নাই যে, মানুহে ক্লান্তদায়ক ইবাদতত নিজকে ব্যস্ত কৰি ৰাখিব আৰু কঠিনতাৰ সন্মুখীন হ'ব। বৰং কোৰআন হৈছে উপদেশ তথা স্মৰণ কৰোৱা গ্ৰন্থ। ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই উপকৃত হয়, যিসকলে নিজ প্ৰতিপালকক ভয় কৰে। info

• قَرَن الله بين الخلق والأمر، فكما أن الخلق لا يخرج عن الحكمة؛ فكذلك لا يأمر ولا ينهى إلا بما هو عدل وحكمة.
আল্লাহে সৃষ্টি আৰু আদেশ একেলগে উল্লেখ কৰিছে। এতেকে যিদৰে তেওঁ সৃষ্টি কৰা সকলো বস্তুৰ ক্ষেত্ৰত হিকমত আছে, ঠিক সেইদৰে তেওঁৰ প্ৰত্যেক আদেশ তথা নিষেধতো হিকমত নিহিত হৈ আছে। info

• على الزوج واجب الإنفاق على الأهل (المرأة) من غذاء وكساء ومسكن ووسائل تدفئة وقت البرد.
স্বামীৰ কৰ্তব্য হৈছে স্ত্ৰীৰ বাবে ভৰণ-পোষণৰ পৰা আৰম্ভ কৰি খাদ্য, বস্ত্ৰ, বাসস্থান আৰু শীতকালত গৰম কাপোৰৰ ব্যৱস্থা কৰা। info