Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
13 : 22

یَدْعُوْا لَمَنْ ضَرُّهٗۤ اَقْرَبُ مِنْ نَّفْعِهٖ ؕ— لَبِئْسَ الْمَوْلٰی وَلَبِئْسَ الْعَشِیْرُ ۟

এই কাফিৰে যিবোৰ মূৰ্তিৰ উপাসনা কৰে, তাৰ লাভতকৈ ক্ষতিৰ পৰিমাণ বেছি। এইবোৰ হৈছে নিকৃষ্ট উপাস্য, যাৰ ক্ষতিৰ পৰিমাণ লাভতকৈ বহুগুণে বেছি। সেই ব্যক্তিৰ বাবে ই কিমান নিকৃষ্ট সহায়ক, যিয়ে ইয়াৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে। আৰু কিমান যে নিকৃষ্ট সঙ্গী, যিয়ে ইয়াৰ সংস্পৰ্শত থাকে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• أسباب الهداية إما علم يوصل به إلى الحق، أو هادٍ يدلهم إليه، أو كتاب يوثق به يهديهم إليه.
হিদায়ত লাভ হয় জ্ঞানৰ জৰিয়তে, অথবা পথপ্ৰদৰ্শকৰ জৰিয়তে নাইবা নিৰ্ভৰযোগ্য কোনো গ্ৰন্থৰ জৰিয়তে। এইবোৰে মানুহক সত্যৰ দৰ্শন কৰায়। info

• الكبر خُلُق يمنع من التوفيق للحق.
অহংকাৰে মানুহক সত্যৰ তাওফীকৰ পৰা বঞ্চিত কৰি দিয়ে। info

• من عدل الله أنه لا يعاقب إلا على ذنب.
এয়া আল্লাহৰ ন্যায় যে, তেওঁ অপৰাধ নোহোৱাকৈ কাকো শাস্তি নিদিয়ে। info

• الله ناصرٌ نبيَّه ودينه ولو كره الكافرون.
আল্লাহে তেওঁৰ নবীক আৰু ধৰ্মক সহায় কৰে আৰু কৰিব, যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়। info