Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
60 : 22

ذٰلِكَ ۚ— وَمَنْ عَاقَبَ بِمِثْلِ مَا عُوْقِبَ بِهٖ ثُمَّ بُغِیَ عَلَیْهِ لَیَنْصُرَنَّهُ اللّٰهُ ؕ— اِنَّ اللّٰهَ لَعَفُوٌّ غَفُوْرٌ ۟

ওপৰত যিবোৰ বৰ্ণনা হ'ল, যেনে- আল্লাহৰ পথত যুদ্ধকাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব, তথা অন্যায়কাৰী ব্যক্তিৰ পৰা সেই অনুপাতে প্ৰতিশোধ লোৱাৰ অনুমতি প্ৰদান কৰিছে যিমানখিনি অন্যায় কৰিছে, যাতে দ্বিতীয়বাৰ এনেকুৱা অন্যায় কৰাৰ সাহস নকৰে। ইয়াৰ পিছতো যদি অন্যায়-অত্যাচাৰত সীমালঙ্ঘন কৰে তেন্তে নিশ্চয় আল্লাহে নিৰ্যাতনকৃত ব্যক্তিক সহায় কৰিব। এতেকে জানি থোৱা! নিশ্চয় আল্লাহে মুমিন বান্দাসকলৰ গুনাহ মাফ কৰিব আৰু তেওঁলোকক ক্ষমা কৰিব। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• مكانة الهجرة في الإسلام وبيان فضلها.
ইছলামত হিজৰতৰ মহত্ব আৰু ইয়াৰ শ্ৰেষ্ঠতা। info

• جواز العقاب بالمثل.
প্ৰতিশোধ গ্ৰহণ কৰাৰ প্ৰমাণ। info

• نصر الله للمُعْتَدَى عليه يكون في الدنيا أو الآخرة.
নিৰ্যাতিত ব্যক্তিক আল্লাহে পৃথিৱী অথবা আখিৰাতত নিশ্চয় সহায় কৰিব। info

• إثبات الصفات العُلَا لله بما يليق بجلاله؛ كالعلم والسمع والبصر والعلو.
জ্ঞান, শ্ৰৱণ, দৃষ্টি আৰু সুউচ্চ আদি বৈশিষ্ট্য আল্লাহৰ আছে বুলি প্ৰমাণ পোৱা গ'ল। সকলো প্ৰকাৰ উচ্চ বৈশিষ্ট্যসমূহ একমাত্ৰ আল্লাহৰ বাবেই, তেওঁৰ ক্ষেত্ৰত সেইদৰেই প্ৰযোজ্য, যিদৰে তেওঁৰ বাবে উপযুক্ত। info